ETV Bharat / city

সুদক্ষ আৰক্ষী বিষয়া ভায়'লেট বৰুৱালৈ 'ৰাষ্ট্ৰপতি পদক'

author img

By

Published : Jan 25, 2021, 4:03 PM IST

আই পি এছ বিষয়া ভায়'লেট বৰুৱালৈ আগবঢ়োৱা হৈছে 'ৰাষ্ট্ৰপতি পদক' । গণতন্ত্ৰ দিৱসৰ শুভ ক্ষণত 'ৰাষ্ট্ৰপতি পদক' প্ৰদান কৰা হ'ব সুদক্ষ আৰক্ষী বিষয়াগৰাকীক ।

সুদক্ষ আৰক্ষী বিষয়া ভায়'লেট বৰুৱালৈ ৰাষ্ট্ৰপতি পদক

গুৱাহাটী, ২৫ জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত দেশৰ একাংশ সুদক্ষ আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক । অসমো এই গৌৰৱৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে । কিয়নো, জ্যেষ্ঠ আই পি এছ বিষয়া ভায়'লেট বৰুৱালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি আৰক্ষী পদক ।

সম্প্ৰতি বি টি এ ডিৰ ডি আই জি পদত কাৰ্যনিৰ্বাহ কৰি থকা ভায়'লেট বৰুৱা হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া । বিগত সময়ত বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰা এইগৰাকী আৰক্ষী বিষয়াই বি আই ই অ'ৰ অধীক্ষক পদতো এসময়ত সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক:বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে : ৰঞ্জিত বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.