ETV Bharat / city

ভৰলুমুখ আৰক্ষী বিষয়াৰ দেহত কৰ'ণা ভাইৰাছ

author img

By

Published : Jun 23, 2020, 10:46 PM IST

মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ এগৰাকী এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইতিমধ্যে হাজো কলিতাকুচী হাস্পতালত ভৰ্তি কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক ।

One New COVID-19 Positive At Guwahati Bharalumukh
ভৰলুমুখ আৰক্ষী বিষয়াৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছ

গুৱাহাটী, 23 জুনঃ মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৰ্তমান হাজো কলিতাকুচী হাস্পতালত ভৰ্তি কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক ।

মহানগৰীত হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ইতিমধ্যে ইজনৰ পিছত সিজনকৈ আৰক্ষীও আক্ৰান্ত হৈছে কোভিড-১৯ ত । মংগলবাৰে মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । কৰ'ণা ভাইৰাছত আক্ৰান্ত আৰক্ষী বিষয়া গৰাকীৰ নাম নেহৰু পাটগিৰি । ইতিমধ্যে কৰ'ণাত আক্ৰান্ত আৰক্ষী বিষয়াগৰাকীক হাজো কলিতাকুচী হাস্পতালত ভৰ্তি কৰা হৈছে । লগতে আৰক্ষী থানাখনৰ সকলো আৰক্ষী বিষয়া সহ আৰক্ষী জোৱান সকলৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে । ইফালে আৰক্ষী থানাখনত ইতিমধ্যেই সাধাৰণ লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে । আনফালে উক্ত আৰক্ষী চকীৰ সকলো লোকৰ স্বাৱৰ ফলাফল নোহোৱা পৰ্যন্ত প্ৰৱেশ নিষিদ্ধ কৰি দিছে প্ৰশাসনে ৷

লগতে পঢ়ক- কৰ’ণাত আক্ৰান্ত ৰাজ্য়ৰ প্ৰথমগৰাকী জন প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.