ETV Bharat / city

গুৱাহাটী ৰেল ষ্টেচনত নকল সোণসহ আটক এজন - Dduplicate gold seized

দেওবাৰে গুৱাহাটী ৰেল ষ্টেচনত (Guwahati Railway Station) ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নকল সোণ ৷ জব্দ কৰা নকল সোণখিনিৰ পৰিমাণ প্ৰায় ৩৪০ গ্ৰাম ৷ অভিযানৰ সময়ত ৰে’লৱে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীকো (One arrested with fake gold in Guwahati ) ৷

One arrested with fake gold at Guwahati Railway Station in Guwahati
গুৱাহাটী ষ্টেচনত ৩৪০ গ্ৰাম নকল সোণ আটক এজন
author img

By

Published : Oct 9, 2022, 4:01 PM IST

  • গুৱাহাটী ষ্টেচনত (Guwahati Railway Station) জব্দ নকল সোণ (Dduplicate gold seized)
  • গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে নকল সোণখিনি
  • জব্দ কৰা নকল সোণখিনিৰ পৰিমাণ প্ৰায় ৩৪০ গ্ৰাম
  • এটা সৰবৰাহকাৰীকো আটক কৰে ৰে’লৱে আৰক্ষীয়ে(One arrested with fake gold in Guwahati )
  • আটকাধীন সৰবৰাহকাৰীটো বিকাশ বিশ্বাস বুলি জানিব পৰা হৈছে
  • জব্দকৃত সোণখিনি কামৰূপ এক্সপ্ৰেছেৰে পশ্চিমবংগলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.