Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?
কইনাধৰাৰ চৰকাৰী অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা(Himanta Biswa Sarma) আৰু অখিল গগৈ(Akhil Gogoi)ৰ এঘন্টাজোৰা এক আলোচনা ৷ উক্ত আলোচনাত মূলতঃ শিৱসাগৰ সমষ্টি(Sibsagar)ৰ বিভিন্ন সমস্যাই অগ্ৰাধিকাৰ পায় ৷ এই আলোচনাৰ সময়চোৱাত মুখ্যমন্ত্ৰীৰ হাতত 16 দফীয়া এখন স্মাৰকপত্ৰও দাখিল কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৷
Congress Protest : 150 কিলোমিটাৰ পদযাত্ৰাৰে চৰকাৰৰ বিৰোধ ৰিপুন বৰাৰ
"জনজাগৰণ অভিযান" ক নেতৃত্ব দি গহপুৰত ৰিপুণ বৰাৰ বিশাল পদযাত্ৰা ৷ ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা বিজেপিক ৷
IND VS NZ third T20: 3-0 ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ
দেওবাৰে তৃতীয়খন T20 ত (IND VS NZ third T20) ভাৰতৰ হাতত পৰাস্ত হয় নিউজিলেণ্ড ৷ এই বিজয়েৰে চিজিৰত 3-0 ত জয়লাভ ভাৰতৰ ৷
Pulwama আক্ৰমণত জড়িত আছিল নেকি ই-কমাৰ্চ পৰ্টেল Amazon ?
পুনৰ ই-কমাৰ্চ পৰ্টেল আমাজন (E-commerce portal Amazon)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ । অনলাইনত নিষিদ্ধ সামগ্ৰী বিক্ৰীৰ বাবে CAITয়ে কিয় দোষাৰোপ কৰিলে আমাজনক ?
Farm Laws Repeal : কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তৰ
কৃষক বিৰোধী কৃষক আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া কমৰেড অৰূপ কুমাৰ মহন্তই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ সাত শতাধিক কৃষক শ্বহীদৰ ত্যাগে পিছ হুহকিবলৈ বাধ্য কৰালে মোডী চৰকাৰক ৷ যাৰ বাবে নগাঁৱত 15 দিনীয়াকৈ পতা হৈছে কৃষক আইনৰ বিজয় উৎসৱ ৷
ক'ত হ'ব দেশৰ আটাইতকৈ দীঘল Expressway ?
ইতিমধ্যে এক্সপ্ৰেছৱেৰ এই প্ৰকল্পটোৱে পাৰিপাৰ্শ্বিক অনুমোদন লাভ কৰিছে । প্ৰায় ১২ জিলা সামৰি হ'ব এই এক্সপ্ৰেছৱে । প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩৬,২৩০ কোটি টকা ধাৰ্য কৰা হৈছে ।
stone crusher pollution : প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নিৰ্দেশনা অমান্য একাংশ ষ্ট'ন ক্ৰেচাৰৰ
প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নীতি-নিৰ্দেশনাক সম্পূৰ্ণৰূপে অমান্য কৰি ধনশিৰি মহকুমাটোৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া, ৰেংমাই আদি অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ষ্ট'ন ক্ৰেচাৰ(stone crusher) ।
North East Education Conclave : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ
জি এম চি এচৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলন(North East Education Conclave)ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ।
Parthona Scheme : ডিব্ৰুগড়ত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ
ডিব্ৰুগড়ত মন্ত্ৰী অতুল বৰাই ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালক প্ৰদান কৰে প্ৰাৰ্থনা আঁচনিৰ ২.৫ লাখ টকাৰ চেক ৷ দেওবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান মুঠ ১২ গৰাকী ব্যক্তিক এই চেক প্ৰদান কৰা হয় ৷
Kidnap & Murder : ভনীয়েকৰ বিবাহৰ দিনাই ককায়েকক হত্যা !
শালৈপাৰা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড(senssional murder in saloipara) ৷ বিবাহৰ দিনাই কইনাৰ ককায়েকক অপহৰণ আৰু হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে সম্পৰ্কীয় ভায়েকৰ বিৰুদ্ধে ৷