ETV Bharat / city

গাড়ীগাঁৱত 'মিষ্টাৰ/মিছ কামৰূপ' দেহশ্ৰী প্ৰতিযোগিতা

author img

By

Published : Oct 20, 2019, 1:03 PM IST

গাড়ীগাঁৱৰ শৰাইঘাট ৰংগমঞ্চত গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় মিষ্টাৰ/মিছ কামৰূপ' দেহশ্ৰী প্ৰতিযোগিতা ৷ ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ স্বীকৃতিপ্ৰাপ্ত এই 'মিষ্টাৰ/মিছ কামৰূপ' প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে 'মিষ্টাৰ/মিছ অসম' দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ৷

মিষ্টাৰ কামৰূপ প্ৰতিযোগী

গুৱাহাটী, 20 অক্টোবৰ : মহানগৰীৰ গাড়ীগাঁৱস্থিত শৰাইঘাট ৰংগমঞ্চত গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় 'মিষ্টাৰ/মিছ কামৰূপ' দেহশ্ৰী প্ৰতিযোগিতা ৷ পোনপ্ৰথমবাৰৰ বাবে গাড়ীগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ শাখাত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ স্বীকৃতিপ্ৰাপ্ত এই 'মিষ্টাৰ/মিছ কামৰূপ' প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে 'মিষ্টাৰ/মিছ অসম' দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ৷

গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত আয়োজন
মিছ কামৰূপ প্ৰতিযোগী

তাৰোপৰি, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰো সুযোগ পাব প্ৰতিযোগীসকলে । বডি বিল্ডিঙৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীক এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে গাড়ীগাঁও ফিটনেছ কমিটিয়ে আয়োজন কৰিছে এই দেহশ্ৰী প্ৰতিযোগিতাৰ । উল্লেখযোগ্য যে, অন্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনাই আয়োজক কমিটিয়ে ।

Intro:শণিবাৰে মহানগৰীৰ গাড়ীগাঁও শৰাইঘাট ৰংগমঞ্চত গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় 'মিষ্টাৰ কামৰূপ' শীৰ্ষক দেহশ্ৰী প্ৰতিযোগিতা। পোনপ্ৰথমবাৰৰ বাবে গাড়ীগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ শাখাত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ স্বীকৃতি প্ৰাপ্ত এই 'মিষ্টাৰ/মিছ কামৰূপ' প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে 'মি. অসম' দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুবিধা লাভ কৰিব। তাৰোপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰো সুযোগ পাব প্ৰতিযোগীসকলে। বডি বিল্ডিঙৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীক এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে গাড়ীগাঁও ফিটনেছ কমিটিয়ে আয়োজন কৰিছে এই দেহশ্ৰী প্ৰতিযোগিতাৰ। উল্লেখযোগ্য যে অন্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনাই আয়োজক কমিটিয়ে।Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.