ETV Bharat / city

চিলিণ্ডাৰ বিস্ফোৰণ ! মহানগৰীত জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি

author img

By

Published : Jan 23, 2020, 4:17 PM IST

বেলতলাৰ ৱায়াৰলেছত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জীৱন্ত দাহ হ’ল দুই শিশু ৷

চিলেণ্ডাৰ বিস্ফোৰণ ! জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি

গুৱাহাটী, 23 জানুৱাৰীঃ আজি এক কৰুণ ঘটনাই চুই গ’ল গুৱাহাটী মহানগৰবাসীক ৷ বেলতলাৰ ৱায়াৰলেছত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ ফলত মৃত্যমুখত পৰে দুজনকৈ কণমাণি শিশু ৷

ঈশান গোস্বামী আৰু ইবান গোস্বামী পৰিয়ালৰ সৈতে

অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল দুই শিশু ৷ মৃত্যু হোৱা দুই শিশু দুটি হৈছে ক্ৰমে ঈশান গোস্বামী আৰু ইবান গোস্বামী । শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত অধ্যয়নৰত আছিল দুই শিশু ৷ দুয়ো শিশুৰো বয়স আছিল ক্ৰমে 8 আৰু 3 বছৰ ।

জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি

বৃহস্পতিবাৰে দুপৰীয়া 12.45 বজাৰ পৰা 1.30 বজাৰ ভিতৰত সংঘটিত হয় এই কৰুণ ঘটনাটো ৷ অগ্নিসংযোগৰ সময়ত ঘৰতে শিশু দুটিৰ লগত আছিল মাক আৰু আইতাক ৷ উল্লেখ‍্য যে , চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নি সংযোগ হোৱা বুলি পুলিচ কৰ্তৃপক্ষই জানিব দিয়ে । ইতিমধ্যে ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে শোকপ্ৰকাশ কৰাৰ লগতে কামৰূপ মহানগৰ জিলা উপায়ুক্তক এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে ৷

বেলতলাৰ ৱায়াৰলেছত চিলেণ্ডাৰ বিস্ফোৰণ

Intro:

বেলতলা ৱায়াৰ লেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত দুজনকৈ শিশু মৃত্যু মুখত পৰে । শিশু দুগৰাকী ক্ৰমে ঈশান গোস্বামী আৰু ইবান গোস্বামী ।

Body:দুয়োটা শিশুৱে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁলোকৰ বয়স ক্ৰমে ৮ আৰু ৩বছৰ।

Conclusion:
দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.৩০বজাৰ ভিতৰত ঘটনাটো সংগঠিত হৈছিল। অগ্নিসংযোগৰ সময়ত ঘৰত শিশু দুটিৰ লগতে মাক আৰু আইতাক উপস্থিত আছিল।

উল্লেখ‍্য যে , চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নি সংযোগ হোৱা বুলি পুলিচ কতৃপক্ষই জানিব দিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.