ETV Bharat / city

বিপিএফ-বিজেপিৰ মিত্ৰতাত কোনো খেদ নাই দেৱব্ৰত শইকীয়াৰ - হাগ্ৰামা মহিলাৰীক এজন সুবিধাবাদী নেতা আখ্যা

হাগ্ৰামা মহিলাৰীক এজন সুবিধাবাদী নেতা আখ্যা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ‌(Debabrat Saikia criticizes on Hagrama Mahilary)। তেওঁ আৰু কয় যে, বি পি এফৰ লগত কংগ্ৰেছে মিত্ৰ হৈ থকা কাৰ্যৰ তেওঁ পূৰ্বৰে পৰাই বিৰোধিতা কৰি আহিছিল ।

Debabrat Saikia comments on BPF's freindship with BJP

author img

By

Published : Jan 24, 2022, 10:43 PM IST

গুৱাহাটী, ২৪ জানুৱাৰী: বি পি এফৰ তিনি বিধায়কে বিজেপি বা চৰকাৰৰ পক্ষত অৱস্থান কৰা ঘটনাৰ বাবে কোনো খেদ নাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ‌(Debabrat Saikia comments on BPF's freindship with BJP)। সোমবাৰে স্পষ্টকৈ এই কথা ক'লে বিৰোধী দলপতি গৰাকীয়ে । তেওঁ আৰু কয় যে, বি পি এফৰ লগত কংগ্ৰেছে মিত্ৰ হৈ থকা কাৰ্যৰ তেওঁ পূৰ্বৰে পৰাই বিৰোধিতা কৰি আহিছিল ।

বিপিএফ-বিজেপিৰ মিত্ৰতাত কোনো খেদ নাই দেৱব্ৰত শইকীয়াৰ

হাগ্ৰামা মহিলাৰীক এজন সুবিধাবাদী নেতা বুলি আখ্যা দি বিৰোধী দলপতি গৰাকীয়ে কয় যে, আগৰে পৰাই হাগ্ৰামা মহিলাৰীয়ে নিজেই কৈ আহিছে যে তেওঁ এজন সুবিধাবাদী । যিটো দল ক্ষমতাত থাকিব তেওঁৰ দলো সেইটো দলৰ সৈতেই থাকিব । গতিকে তেওঁ এতিয়া বিজেপিমুখী হোৱাত আচৰিত হ’বলগীয়া একো নাই বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই (Debabrat Saikia criticizes on Hagrama Mahilary)।

আনহাতে, ফোন টেপিং সন্দৰ্ভত পুনৰ মন্তব্য কৰি বিৰোধী দলপতি গৰাকীয়ে কয় যে "কা" আন্দোলনৰ সময়ত বহুতৰে ফোন টেপ কৰা হৈছিল বুলি ইতিমধ্যে পোহৰলৈ আহিছে । বিষয়টো চৰকাৰে স্পষ্ট কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.