ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি - মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি

ৰাজ্যৰ ৰাজপথ কঁপালে কৃষক মুক্তিয়ে ৷ শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

ৰাজ্যৰ ৰাজপথ কঁপালে কৃষক মুক্তিয়ে
author img

By

Published : Sep 27, 2019, 10:23 PM IST

গুৱাহাটী,27ছেপ্টেম্বৰঃ ৰাজ্যজুৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথ কঁপালে কৃষক মু্ক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে চৰকাৰ বিৰুধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাওক এক প্ৰতিবেদনঃ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি

Intro:মূল্যবৃদ্ধিৰ বিৰূদ্ধে পুনৰ সৰৱ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি ।

Body:শুকুৰবাৰে চচলৰ ধৰ্ণাস্থলীত মূল্যবৃদ্ধিক লৈ উত্তাল প্ৰতিবাদ কৰিলে সংগঠনটোৱে । আলু,পিয়াঁজ আগত লৈ সংগঠনটোৱে যোগান বিভাগৰ বিৰূদ্ধে ক্ষোভ উজাৰিলে । তেওঁ লোকৰ স্পষ্ট কথা মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যোগান বিভাগ । যোগান মন্ত্ৰী হায় হায়,যোগান মন্ত্ৰীৰ কাম নাই আদি শ্লগানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী । তেওঁ লোকে কয় যে ফনী ভূষণ চৌধুৰী এক নিষ্কৰ্মা,কাম নোহোৱা মন্ত্ৰী । কথাই কথাই জনগনক সুৰক্ষা দিম কৈ অহা মুখ্যমন্ত্ৰী সোনোৱালো মুল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে । ব্যৰ্থ যোগান মন্ত্ৰী আৰু ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে অসমত শাসন কৰি থকা কাৰনে হুৰাহুৰে মূল্যবৃদ্ধি হৈছে । খাদ্য সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ আকাশলংঘী মূল্য অতি শীঘ্ৰে হ্ৰাস কৰিবলৈ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.