ETV Bharat / city

বিধায়ক দিগন্ত কলিতাৰ মাস্ক বিতৰণ

author img

By

Published : May 11, 2021, 5:27 PM IST

বাইহাটাত ব্যৱসায়ীসকলৰ মাজত মাস্ক বিতৰণ ৷ কৰ’ণাৰ ভয়াৱহতা ৰোধ কৰিবৰ বাবেই কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই ৰাইজৰ মাজত বিতৰণ কৰে মাস্ক ৷

কমলপুৰ বিধায়কৰ মাস্ক বিতৰণ
কমলপুৰ বিধায়কৰ মাস্ক বিতৰণ

বাইহাটা,11 মে': সমগ্ৰ ভাৰত তথা অসম এতিয়া কৰ’ণাৰ কৰাল গ্ৰাসত । প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ’ণাত আক্ৰান্ত তথা মৃত্যুৰ সংখ্যা । এনে সময়তে এগৰাকী বিধায়কক দেখা গ’ল অতি তৎপৰ ৰূপত । কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতাই বাইহাটা চাৰিআলিৰ মাজমজিয়াত ব্যৱসায়ীসকলৰ মাজত মাস্ক বিতৰণ কৰে ।

বিধায়ক দিগন্ত কলিতাৰ মাস্ক বিতৰণ

প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ বিধায়ক গৰাকীয়ে ব্যৱসায়ীসকলৰ মাজত বিতৰণ কৰে মাস্ক । বিধায়ক গৰাকীৰ এনে তৎপৰতাক এতিয়া শলাগিছে বাইহাটা চাৰিআলিবাসীয়ে ।

লগতে পঢ়ক : গোৱালপাৰাৰ ফুটুৰীপাৰাত নিশা বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.