ETV Bharat / city

বি এছ এফৰ জালত সীমান্তত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী - Huge cache of cough syrup seized by BSF

বৃহস্পতিবাৰে বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিমবংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত দুজন অবৈধ ড্ৰাগছ সৰবৰাহকাৰীক আটক (Drug peddler arrested by BSF) কৰাৰ লগতে বহু সংখ্যক কাফ চিৰাফ জব্দ কৰে (Huge cache of cough syrup seized by BSF) ।

huge-cache-of-cough-syrup-seized-by-bsf
বি এছ এফৰ জালত সীমান্তত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Feb 10, 2022, 10:16 PM IST

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : ভাৰত আৰু বাংলাদেশ সীমান্তত বিশেষকৈ অসম আৰু পশ্চিম বংগৰ ভাৰত - বাংলাদেশ সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰাং ব্যৱসায়ী ৷ বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত কিছুদিন পূৰ্বে বহু সংখ্যক চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক আটক কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰায় সংঘটিত হয় একে ঘটনা ৷

বৃহস্পতিবাৰে বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিমবংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত দুজন অবৈধ ড্ৰাগছ সৰবৰাহকাৰীক আটক (Drug peddler arrested by BSF) কৰাৰ লগতে বহু সংখ্যক কাফ চিৰাফ জব্দ কৰে (Huge cache of cough syrup seized by BSF) । আটকাধীন লোকদুজন ক্ৰমে, কোচবিহাৰৰ ডুমাৰকাতা গাঁৱৰ সুদীপ বৰ্মন (36) আৰু অনিল বৰ্মন বুলি জানিব পৰা গৈছে ৷

বি এছ এফে কোচবিহাৰৰ সীতাই আৰক্ষী সহযোগত পশ্চিমবংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তৰ কোচবিহাৰৰ ডুমাৰকাতা গাঁৱত এই সৰবৰাহকাৰী চক্ৰটোক আটক কৰে ৷

লগতে পঢ়ক : আনন্দ মিশ্ৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.