ETV Bharat / city

দুখীয়াৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ - দীপক উৰাং আৰু ৰাধিকা উৰাং

চাহ বাগিচাত হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এজন লোকৰ ঘৰত উপস্থিত হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু তত্বাৱধায়ক হৰিশ ৰাৱাট ৷

হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালত অন্ন গ্ৰহণ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Feb 19, 2020, 2:12 PM IST

সোণাপুৰ,19 ফেব্ৰুৱাৰীঃ সোণাপুৰৰ কামাৰকুছিতৰ মঙলবাৰে এগৰাকী চাহ বাগিচাত হাজিৰা কৰা লোকৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰটোৰ অভাৱ-অভিযোগৰ বুজ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু তত্বাৱধায়ক হৰিশ ৰাৱাটে ।

সোণাপুৰত হৰিশ ৰাৱট
সোণাপুৰত হৰিশ ৰাৱট

ইয়াৰ লগতে দীপক উৰাং আৰু ৰাধিকা উৰাং নামৰ দম্পতি হালৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ সৈতে নৈশ আহাৰো গ্ৰহণ কৰে নেতাগৰাকীয়ে । উৰাং দম্পতিয়ে নিজৰ সামৰ্থৰে অতি আগ্ৰহৰে বনোৱা আহাৰ পৰম তৃপ্তিৰে গ্ৰহণ কৰে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী অকণ বৰা প্ৰমুখ্য কৰি কংগ্ৰেছ বহু কৰ্মীয়ে ৷

সোণাপুৰত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাট

এই কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক জনে সাংবাদিকৰে হোৱা বাৰ্তালাপাত কেবাটাও তাৎপৰ্য পূৰ্ণ মন্তব্য প্ৰদান কৰি 2021ত বিজেপিয়ে 100+ নহয় 100- আসন পাব বুলি কয় । অসমত 2021 ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি উল্লেখে কৰে হৰিশ ৰাৱটে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.