ETV Bharat / city

নতুন যান-বাহন আইন: মহানগৰীত সষ্টম যানবাহন আৰক্ষী

author img

By

Published : Sep 12, 2019, 10:56 PM IST

মহানগৰীবাসী সাৱধান!! বিনা নথি-পত্ৰ আৰু হেলমেট অবিহনে গাড়ী-বাইক চলাই আপুনিও ভৰিব লগা হব পাৰে হাজাৰ টকাৰ জৰিমনা ৷

নতুন যান-বাহন আইন: মহানগৰীত সষ্টম যানবাহন আৰক্ষী

গুৱাহাটী, 12 ছেপ্তেম্বৰ:

  • নতুন যান বাহন আইন প্ৰণয়নৰ পাছত কঠোৰ হৈছে মহানগৰ যানবাহন আৰক্ষী
  • হেলমেট পৰিধান নকৰা ব্যক্তিক নিযন্ত্ৰণৰ বাবে এই পদক্ষেপ যানবাহন আৰক্ষীৰ
  • ঠাইে ঠাইে মহানগৰ আৰক্ষীৰ তালাচী অভিযান
    নতুন যান-বাহন আইন: মহানগৰীত সষ্টম যানবাহন আৰক্ষী
  • নথি-পত্ৰহীন, হেলমেট পৰিধান নকৰা ব্যক্তিয়ে দিব লাগিব জৰিমনা
  • নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলৰ ওপৰত চোকা দৃষ্টি যান-বাহন আৰক্ষীৰ

Intro:যানবাহন আইন প্ৰণয়নৰ পিছতে কঠোৰ হৈ পৰিছে মহানগৰ যানবাহন আৰক্ষী। মহানগৰৰ ঠায়ে ঠায়ে এতিয়া হেলমেট পৰিধান নকৰা ব্যক্তি সকলক নাকী লগোৱাৰ উদ্দেশ্য এনেদৰে মহানগৰ আৰক্ষীয়ে তালাচী বহাইছে।

Body:27 আগষ্টৰ পৰাই কঠোৰ হৈছে সদা সষ্টম মহানগৰ যানবাহন আৰক্ষী। বৰ্তমানলৈ যানবাহন নিয়ম ভংগ কৰা কোনো লোকৰ পৰা শাস্তি হিচাপে মাচুল সংগ্ৰহ কৰা নাই মহানগৰ আৰক্ষীয়ে। কিন্তু যিকোনো মুহূৰ্তত হেলমেট পৰিধান নকৰা , নথি পত্ৰ নথকা ব্যক্তিয়ে দিব লগা হব পাৰে জৰিমনা।
Bite:- চান্দ মাৰি যানবাহন আৰক্ষী।

Conclusion:বিশেষ কৈ নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলে ট্ৰেফিক নিয়ম সততে ভংগ কৰাৰ লগতে কোনো ধৰণৰ নথি নথকাকৈ মহানগৰীত বাইক স্কুটি চলোৱা দৃষ্টি গোচৰ হয়। কিন্তু এতিয়াৰ পৰা সাৱধান হওঁক আপোনালোকে কাৰণ বিনা নথি পত্ৰ আৰু হেলমেট অবিহনে আপুনি ভৰিব লগা হব পাৰে হাজাৰ টকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.