ETV Bharat / city

ছাত্ৰীক নিৰ্যাতন কৰি সাৰি যাব নোৱাৰিব শিক্ষক !

24জুলাইত ছাত্ৰীক নিৰ্যাতন কৰা শিক্ষক বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কৰিছে তদন্ত ৷

author img

By

Published : Jul 31, 2019, 2:44 PM IST

ছাত্ৰীক নিৰ্যাতন কৰি শাৰী যাব নোৱাৰিব শিক্ষক

গুৱাহাটী,31জুলাই : গুৱাহাটী মহানগৰীত সংঘটিত হয় জঘন্য কাণ্ড ৷ গুৰুৰ হাতত নিৰ্যাতিতা হয় এগৰাকী ছাত্ৰী ৷ ঘটনাটো সংঘটিত হৈছিল 24জুলাইত ৷ ভাৰ্বিত চন্দ্ৰ দাস নামৰ শিক্ষকগৰাকীয়ে গৰাকীক ছাত্ৰীক অকলশৰে পাই নিৰ্যাতনৰ চেষ্টা চলায় ৷ ইফালে, এই ঘটনাৰ পাছতে ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰে ৷ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে ৩০৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে । কিন্তু বৰ্তমানেও অত্মগোপন কৰি আছে অভিযুক্ত শিক্ষক ভাৰ্বিত চন্দ্ৰ দাসে ৷

ছাত্ৰীক নিৰ্যাতন কৰি শাৰী যাব নোৱাৰিব শিক্ষক

উল্লেখযোগ্য যে আত্মগোপন কৰি থকা শিক্ষকগৰাকীৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী । ইয়াৰোপৰি, অভিযুক্ত শিক্ষকগৰাকীয়ে অগ্ৰিম জামিন নোপোৱাৰো ব্যৱস্থা কৰিছে মহানগৰী আৰক্ষীয়ে । মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ভাষ্য, আত্মগোপন কৰি একো লাভ নহ'ব শিক্ষকগৰাকীৰ । অতি শীঘ্ৰে শিক্ষকজনক কৰায়ত্ত কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

Intro:মহানগৰীত সভ্যতাৰ শিক্ষা দিয়া লোকৰ অসভ্য কাণ্ড। এইবাৰ গুৰুৰ কামনাৰ বলি শিষ্য। যোৱা ২৪জুলাইত গীতানগৰত সংঘটিত হৈছিল সভ্য সমাজক লজ্জানত কৰা এই ঘটনাটো। ভাৰ্বিত চন্দ্ৰ দাস নামৰ শিক্ষক এগৰাকীয়ে নিজৰ ছাত্ৰীৰ লগত অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কিশোৰী ছাত্ৰীগৰাকীক অকলশৰে পাই শ্লীলতা হানিৰ চেষ্টা কৰে অতি নিকৃষ্ট মনোবৃত্তিৰ শিক্ষক ভাৰ্বিতে। এই ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰে।

Body:ইফালে পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে ৩০৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। কিন্তু বৰ্তমানো অত্মগোপন কৰি আছে অভিযুক্ত শিক্ষক ভাৰ্বিত চন্দ্ৰ দাস। এই ঘটনাক এক ষড়যন্ত্ৰ আখ্যা দিছে যদিও শিক্ষকগৰাকীৰ আত্মগোপনে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে। উল্লেখযোগ্য যে আত্মগোপন কৰি থকা শিক্ষকৰ সন্ধানত মহানগৰ আৰক্ষী ইতিমধ্যেই নামি পৰিছে। তাৰোপৰি অভিযুক্ত শিক্ষকে অগ্ৰিম জামিন নোপোৱাৰো ব্যৱস্থা কৰিছে মহানগৰী আৰক্ষীয়ে। মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ভাষ্য "আত্মগোপন কৰি একো লাভ নহ'ব শিক্ষকগৰাকীৰ। যদিহে তেওঁ নিৰ্দোষী বুলি কৈ আছে তেন্তে আত্মগোপন কৰাৰ প্ৰশ্ন ক'ত। অতিশীঘ্ৰে জালত পৰিব শিক্ষাবৃত্তিক কলুষিত কৰাৰ অভিযোগ উত্থাপিত হোৱা শিক্ষক ভাৰ্বিত চন্দ্ৰ দাস।"

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.