ETV Bharat / city

প্ৰশিক্ষাৰ্থীসকলৰ বাবে খোলা হ'ল ৰাজ্যৰ দক্ষতা বিকাশ কেন্দ্ৰসমূহ

কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ দক্ষতা বিকাশ কেন্দ্ৰসমূহ বুধবাৰৰ পৰা পুনৰ খুলি দিয়া হয়। গুৱাহাটীৰ কটাহবাৰীস্থিত অসম দক্ষতা বিকাশ অভিযানৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ ৯০০ দক্ষতা বিকাশ অভিযানৰ অধীনস্থ কেন্দ্ৰ প্ৰশিক্ষাৰ্থী সকলৰ বাবে আনুষ্ঠানিকভাৱে খোলা হয়।

author img

By

Published : Nov 4, 2020, 10:37 PM IST

guwahati-skill-program
প্ৰশিক্ষাৰ্থীসকলৰ বাবে খোলা হ'ল ৰাজ্যৰ দক্ষতা বিকাশ কেন্দ্ৰসমূহ

গুৱাহাটী, 4 নৱেম্বৰ: কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ দক্ষতা বিকাশ কেন্দ্ৰসমূহ বুধবাৰৰ পৰা পুনৰ খুলি দিয়া হয়। গুৱাহাটীৰ কটাহবাৰীস্থিত অসম দক্ষতা বিকাশ অভিযানৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ ৯০০ দক্ষতা বিকাশ অভিযানৰ অধীনস্থ কেন্দ্ৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে আনুষ্ঠানিকভাৱে খোলা হয়।

অনুষ্ঠানত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকি ৰাজ্যৰ অন্য প্ৰান্তৰ কেন্দ্ৰসমূহৰ বিষয়ববীয়াৰে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে বাৰ্তালাপ কৰে। ৰাজ্যৰ যুৱক-যুৱতীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড প্ৰটকল মানি আটাইবোৰ কেন্দ্ৰতে পাঠদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ চৰকাৰে ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: কদমণিত অসামাজিক কাৰ্যকলাপ ৰোধৰ দাবী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.