ETV Bharat / city

গুৱাহাটী প্ৰেছ ক্লাবত সৰস্বতী পূজা - গুৱাহাটী প্ৰেছ ক্লাবত সৰস্বতীৰ পূজা

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদিকসকল লগ হৈ আয়োজন কৰে সৰস্বতী পূজা

বিদ্য়াৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত যোৰহাট
author img

By

Published : Feb 10, 2019, 3:18 PM IST

গুৱাহাটী, 10 জানুৱাৰীঃ আজি বাগদেৱী বীণাপাণিৰ পূজা। ৰাজ্য়ৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত উলহ মালহেৰে উদযাপন কৰা হৈছে সৰস্বতী পূজা।

বিদ্য়াৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত যোৰহাট
প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটী প্ৰেছ ক্লাবত সংবাদিক সকল লগ হৈ আয়োজন কৰে সৰস্বতীৰ পূজা। গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকল উপস্থিত হৈ বাগ দেৱীৰ আৰাধনাত ব্য়স্ত হৈ পৰে।
undefined

Intro:গুৱাহাটী প্ৰেছ ক্লাবত সৰস্বতীৰ পূজা।

Body:গুৱাহাটী প্ৰেছ ক্লাবত প্রতিবছৰ দৰে এইবছৰো আয়োজন কৰা হল সৰস্বতীৰ পূজা। সংবাদিক সকল লগ হৈ সৰস্বতীৰ পূজা আয়োজন কৰে।

Byte 1

Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.