গুৱাহাটী,15চেপ্তেম্বৰ : দেওবাৰে কামাখ্যা ৰে'ল আৰক্ষীৰ জালত পৰে এটা চোৰ ৷ ধৃত চোৰটোৰ নাম দিলজাৰ হক ৷ ধৃত দিলজাৰে দীৰ্ঘদিন ধৰি চলন্ত ৰে'লত যাত্ৰীসকলক নিচাযুক্ত সামগ্ৰীৰে অচেতন কৰি লুটপাত চলায় আহিছিল ৷ দেওবাৰে অৱশেষত কামাখ্যা ৰে'ল ষ্টেচনত ৰেল নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ চোৰটোক।আৰক্ষীয়ে দিলজাৰৰ পৰা জব্দ কৰে ৫টা মোবাইল ফোন, বহুটো নিচাযুক্ত টেবলেট আৰু আপত্তিজনক সামগ্ৰী ৷
কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ - কামাখ্যা ৰে'ল আৰক্ষী
চলন্ত ৰে'লত সন্ত্ৰাস চলায় অহা ধৃত চোৰক আটক কামাখ্যা ৰে'ল আৰক্ষীৰ ৷ চোৰটোৰ নাম দিলজাৰ হক ৷
![কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4449151-thumbnail-3x2-th.jpg?imwidth=3840)
কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ
গুৱাহাটী,15চেপ্তেম্বৰ : দেওবাৰে কামাখ্যা ৰে'ল আৰক্ষীৰ জালত পৰে এটা চোৰ ৷ ধৃত চোৰটোৰ নাম দিলজাৰ হক ৷ ধৃত দিলজাৰে দীৰ্ঘদিন ধৰি চলন্ত ৰে'লত যাত্ৰীসকলক নিচাযুক্ত সামগ্ৰীৰে অচেতন কৰি লুটপাত চলায় আহিছিল ৷ দেওবাৰে অৱশেষত কামাখ্যা ৰে'ল ষ্টেচনত ৰেল নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ চোৰটোক।আৰক্ষীয়ে দিলজাৰৰ পৰা জব্দ কৰে ৫টা মোবাইল ফোন, বহুটো নিচাযুক্ত টেবলেট আৰু আপত্তিজনক সামগ্ৰী ৷
কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ
কামাখ্যা ৰে'ল আৰক্ষীৰ জালত ধৃত চোৰ
Intro:চলন্ত ৰে'লত সন্ত্ৰাস চলোৱা এটা দুৰ্ধৰ্ষ চোৰ কামাখ্যা ৰে'ল আৰক্ষীৰ জালত। ধৃত চোৰটোৰ নাম দিলজাৰ হক। কামাখ্যা ৰে'ল ষ্টেচনত ৰেল নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ চোৰটোক। দীৰ্ঘদিন ধৰি চলন্ত ৰে'লত যাত্ৰীসকলক স্প্ৰে' মাৰি অথবা নিচাযুক্ত টেবলেট ব্যৱহাৰ কৰি লুটপাত চলাই আহিছিল ধৃত দিলজাৰে। তাৰোপৰি জি আৰ পি আৰু আৰ পি এফৰ মষ্ট ৱাণ্টেডৰ তালিকাত আছিল দিলজাৰ হক। উল্লেখযোগ্য যে যাত্ৰীসকলৰ পৰা লুটপাত কৰা ৫টা মোবাইল ফোন, বহুটো নিচাযুক্ত টেবলেট আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰে।Body:Guwahati Conclusion:Hirul Haque