ETV Bharat / city

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি - বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত

বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত আছে ৷ ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি হৈছে ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি
ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত
author img

By

Published : Jul 24, 2020, 7:53 PM IST

নিউজ ডেস্ক, 22 জুলাই : অসম দূৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘন্টাৰ তথ্য অনুসৰি,বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত আছে ৷ আনহাতে, 72 টা ৰাজহ চক্ৰৰ প্ৰায় 2,543 খন গাঁও আক্ৰান্ত হৈ আছে বানত ৷ প্ৰায় 1,22,573.16 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি
ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

যোৱা 24 ঘন্টাত তিনিজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাৰ ফলত বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 93 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, 27,79,894 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ সৰ্বমুঠ 301 টা আশ্ৰয় শিবিৰত বাস কৰি আছে 50,136 গৰাকী লোকে ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি
ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

বৰ্তমানেও শোণিতপুৰ, যোৰহাট, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা আদি জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি
ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

লগতে পঢ়ক : কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.