ETV Bharat / city

মীন বিভাগৰ নিযুক্তি প্ৰদান অনুষ্ঠান - ASSAM GOVT.

৩৩ গৰাকী যুৱক-যুৱতীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ

মীন বিভাগৰ নিযুক্তি প্ৰদান অনুষ্ঠান
author img

By

Published : Feb 28, 2019, 9:48 PM IST

গুৱাহাটী,২৮ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে জনতা ভৱনত নৱ নিযুক্ত মীন বিষয়া সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । ৰাজ্যৰ মুঠ ৩৩ গৰাকী যুৱক-যুৱতীক প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ ।

মীন বিভাগৰ নিযুক্তি প্ৰদান অনুষ্ঠান
এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিমল শুক্লবদ্যৰ লগতে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী । অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নৱ নিযুক্ত বিষয়া সকলক অসমৰ মীন উৎপাদন ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি মাছৰ উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় ।

Intro:বৰিহস্পতি বাৰে জনতা ভৱনত নৱ নিযুক্ত মীন বিষয়া সকলক নিযুগক্তি পত্ৰ প্ৰদান কৰা হয় । ৰাজ্যৰ ৩৩ গিৰাকী যুৱক যুৱতীক প্ৰদান কৰা হয় এই নিযুগক্তি পত্ৰ । মুখ্যমন্ত্ৰী সচিবায় সন্মিলনী কক্ষ অনুষ্ঠিত হোৱা এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , পৰিমল শুক্লবদ্যৰ লগতে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ৰিছিকেশ গোস্বামী । অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ নৱ নিযুগক্ত বিষয়া সকলক আহ্বান অসমৰ মীন উৎপাদন ক্ষেত্ৰত আধুনি প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি মাছৰ উৎপাদন বৃদ্ধি কৰিব লাগে ।

Body:বৰিহস্পতি বাৰে জনতা ভৱনত নৱ নিযুক্ত মীন বিষয়া সকলক নিযুগক্তি পত্ৰ প্ৰদান কৰা হয় । ৰাজ্যৰ ৩৩ গিৰাকী যুৱক যুৱতীক প্ৰদান কৰা হয় এই নিযুগক্তি পত্ৰ । মুখ্যমন্ত্ৰী সচিবায় সন্মিলনী কক্ষ অনুষ্ঠিত হোৱা এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , পৰিমল শুক্লবদ্যৰ লগতে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ৰিছিকেশ গোস্বামী । অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ নৱ নিযুগক্ত বিষয়া সকলক আহ্বান অসমৰ মীন উৎপাদন ক্ষেত্ৰত আধুনি প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি মাছৰ উৎপাদন বৃদ্ধি কৰিব লাগে ।

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.