ETV Bharat / city

মহানগৰীৰ ভেটাপৰাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Oct 27, 2019, 9:03 PM IST

Updated : Oct 27, 2019, 11:30 PM IST

ফটকাৰ দোকানত সংঘটিত অগ্নিকাণ্ড ৷ ভেটাপাৰা চাৰিআলিত আতংক ৷

fire broke out at bhetapara guwahati

গুৱাহাটী,27 অক্টোবৰ: দীপাৱলীৰ সন্ধিয়াই মহানগৰীৰ ভেটাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । তিলক বৰ্মন নামৰ এজন লোকৰ ফটকাৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড ।

এই অগ্নিকাণ্ডৰ ফলত ভেটাপাৰা চাৰিআলিত আতংকময় পৰিবেশৰ সৃষ্টি হয় । অৱশ্যে ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপনৰ কৰে অগ্নিনির্বাপকৰ এটা দলে । ঘটনাকলৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

দিপাৱলীৰ সন্ধিয়াই মহানগৰীত অগ্নিকাণ্ড

Intro:মহানগৰীৰ ভেটাপৰাত ভয়ংকৰ অগ্নিকাণ্ডBody:

  দিপাৱলীৰ সন্ধিয়াই মহানগৰীৰ ভেটপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। তিলক বৰ্মন নামৰ এজন লোকে দিছিল এখন ফটকাৰ দোকান। ফটকাৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভেটাপাৰা চাৰিআলিত আতংকময় পৰিবেশৰ সৃষ্টি হয়। অৱশ্যে ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপনৰ কৰে অগ্নিনির্বাপকৰ এটা দলে। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অঞ্চলটোত। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Bite স্থানীয় লোক

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Oct 27, 2019, 11:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.