ETV Bharat / city

বাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট

author img

By

Published : Mar 6, 2020, 1:22 PM IST

শুকুৰবাৰে সদনত উত্থাপন কৰা হ'ব অসমৰ বাজেট ৷ বিগত বৰ্ষৰ নিয়ম ভংগ কৰি এইবাৰ আবেলিৰ ভাগত উত্থাপন হ'ব বাজেট ৷ বাজেট উত্থাপনৰ পূৰ্বেই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ৰাইজক উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে ৷

বাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট
বাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট

নিউজ ডেস্ক, 6 মাৰ্চ : সদনত শুকুৰবাৰে আবেলিৰ ভাগত বিত্তমন্ত্ৰী হিমন্তই উত্থাপন কৰিব চলিত বিত্তীয় বৰ্ষৰ বাজেট ৷ বাজেট উত্থাপনৰ পূৰ্বেই বাৰকোডসহ সমগ্ৰ বাজেটখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা বুলি উৰাবাতৰি সম্প্ৰচাৰ হয় ৷

  • All these years your unwavering support & affection have strengthened me. In our last 4 Budgets of Assam Government, we've always addressed aspirations of all class, and especially the underserved & underprivileged. #AssamBudget2020 shall be no different.

    Seeking your blessings. pic.twitter.com/StIODmo6rz

    — Himanta Biswa Sarma (@himantabiswa) March 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • State Cabinet will discuss state budget at 1pm only and taxation proposals will be decided only in that meeting. Request every one to avoid speculation

ইয়াৰ পিচতেই তাৎক্ষনিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্তই ৰাইজক আশ্বস্ত থাকিবলৈ আহ্বান জনায় ৷ বিত্তমন্ত্ৰীয়ে টুইট কৰি ৰাইজক কোনোধৰণৰ উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.