ETV Bharat / city

আব্দুল খালেকৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ ৰমেন ডেকা

এইবাৰ বৰপেটাৰ সাংসদ আব্দুল খালেকক উভতি ধৰিলে মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ৷ মংগলবাৰে সন্ধিয়া নলবাৰীত অনুষ্ঠিত এক অনুষ্ঠানৰ অন্তত খালেকৰ বিৰুদ্ধে বহুকেইটা মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে (Ramen Deka criticize MP Abdul Khaleque) ৷

author img

By

Published : Aug 31, 2022, 2:14 PM IST

Ex MP Ramen Deka criticize MP Abdul Khaleque
আব্দুল খালেকৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ ৰমেন ডেকা

নলবাৰী, 31 আগষ্ট: বৰপেটাৰ সাংসদ আব্দুল খালেকৰ বিতৰ্কিত মন্তব্যৰ পিছত ইজনৰ পিছত সিজন সনাতন ধৰ্মী লোক সৰৱ হোৱা পৰিলক্ষিত হৈছে । আব্দুল খালেকে মোগলৰ সপক্ষে কৰা মন্তব্যৰ পাছতে ইজনৰ পিছত সিজন নেতাৰ বক্তব্যৰে থকা সৰকা সাংসদ গৰাকীক । নলবাৰীত মংগলবাৰে সন্ধিয়া এক অনুষ্ঠানৰ অন্তত খালেকৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ মন্তব্য কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই (Ramen Deka criticize MP Abdul Khaleque) ।

‘‘সাংসদ আব্দুল খালেকে ভাৰতৰ বুৰঞ্জী নাজানে । তেওঁ মোগলৰ বুৰঞ্জী পঢ়িছে । মোগলৰ বহু আগতে ভাৰতৰ বুৰঞ্জী আছে । পাঁচ হাজাৰ বছৰীয়া পুৰণি এটা সনাতনি সংস্কৃতি’’ বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

উল্লেখযোগ্য যে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হোৱা শুক্লেশ্বৰ মেধি স্মাৰক বক্তৃতানুষ্ঠানত ‌উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ প্ৰাক্তন সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.