ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচনী আয়োগৰ বিশেষ পদক্ষেপ । প্ৰথমবাৰৰ বাবে ভোটাৰক ৰে'ল যোগে সজাগ কৰাৰ চেষ্টা নিৰ্বাচনআয়োগৰ ।ৰাজ্যত প্ৰথমবাৰলৈ চলোৱা এনে সজাগতামূলক যাত্ৰীবাহী ৰেলৰ ফ্লেগ অফ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে।
ভোটাৰৰ সজাগতাৰ বাবে চলা ৰাজ্যৰ প্ৰথমখন যাত্ৰীবাহী ৰে'ল
এইবাৰ ৰে'ল যোগে ভোটাৰক সজাগ কৰাৰ চেষ্টা নিৰ্বাচনী আয়োগৰ
ভোটাৰৰ সজাগতাৰ বাবে চলা ৰাজ্যৰ প্ৰথমখন যাত্ৰীবাহী ৰে'ল
ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচনী আয়োগৰ বিশেষ পদক্ষেপ । প্ৰথমবাৰৰ বাবে ভোটাৰক ৰে'ল যোগে সজাগ কৰাৰ চেষ্টা নিৰ্বাচনআয়োগৰ ।ৰাজ্যত প্ৰথমবাৰলৈ চলোৱা এনে সজাগতামূলক যাত্ৰীবাহী ৰেলৰ ফ্লেগ অফ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে।
Slug: A_GHY_3APR_801_ELECTION RAIL AWARNESS_HIRUL
ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচনী আয়োগৰ বিশেষ পদক্ষেপ। ৰেলৰ যোগেৰে ভোটাৰক সজাগ কৰাৰ চেষ্টা আয়োগৰ। বুধবাৰে মহানগৰীৰ কামাখ্যা ৰেল জংচনত গুৱাহাটী-গান্ধীধাম এক্সপ্ৰেছৰ যোগেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মুকলি কৰা হয় বিশেষ কাৰ্যসূচীৰ। ৰে'লখনত ভোটাদান প্ৰক্ৰিয়া কিদৰে হয়, প্ৰতিজন ভোটাক ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৰে বিভিন্ন ফটো লগোৱা হৈছে। ৰাজ্যৰ প্ৰথমখন এনে সজাগতাৰ বাবে চলোৱা যাত্ৰীবাহী ৰেলৰ ফ্লেগ অফ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুই। ইফালে যিসমূহ অঞ্চলত ভোটদানৰ হাৰ কম সেই স্থানত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে।
Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932