গুৱাহাটী, ৩১ মাৰ্চ : দেওবাৰে গুৱাহাটী মহানগৰীৰ হেদায়ৎপুৰত লতাশিল আৰক্ষীয়ে আটক কৰে ড্ৰাগছসহ এজন 19 বছৰীয়া যুৱক । আকাশ দৈমাৰী নামৰ যুৱকজনৰ ঘৰ ওদালগুৰিত । পেন্টৰ পকেটত যুৱকজনে 5 টা সৰু বটলত ড্ৰাগছখিনি লৈ অহাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায়। ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনক সোধ-পোচ আৰম্ভ কৰিছে ।
ড্ৰাগছসহ আটক 19 বছৰীয়া যুৱক - হৃদয়পুৰ
হেদায়ৎপুৰত লতাশিল আৰক্ষীয়ে আটক কৰে 19 বছৰীয়া যুৱকৰ লগতে 5 টাকৈ ড্ৰাগছৰ বটল
![ড্ৰাগছসহ আটক 19 বছৰীয়া যুৱক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2861449-57-48b46739-2ef1-4c12-9031-f3181ddc612f.jpg?imwidth=3840)
ড্ৰাগছসহ আতক ১৯ বছৰীয়া যুৱক
গুৱাহাটী, ৩১ মাৰ্চ : দেওবাৰে গুৱাহাটী মহানগৰীৰ হেদায়ৎপুৰত লতাশিল আৰক্ষীয়ে আটক কৰে ড্ৰাগছসহ এজন 19 বছৰীয়া যুৱক । আকাশ দৈমাৰী নামৰ যুৱকজনৰ ঘৰ ওদালগুৰিত । পেন্টৰ পকেটত যুৱকজনে 5 টা সৰু বটলত ড্ৰাগছখিনি লৈ অহাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায়। ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনক সোধ-পোচ আৰম্ভ কৰিছে ।
ড্ৰাগছসহ আতক ১৯ বছৰীয়া যুৱক
ড্ৰাগছসহ আতক ১৯ বছৰীয়া যুৱক
Intro:লতাশিল থানাৰ আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সহ এজন যুৱকক। 19 বৰ্ষীয়া আকাশ দৈমাৰী নামৰ যুৱক জনক আটক কৰে আৰক্ষীয়ে হৃদয়পুৰত।পকেটত ড্ৰাগছ লৈ অহাৰ অৱস্থাতে হাতে লুটে ধৰা পেলাই যুৱক জনক।
Body:জানিব পৰা মতে যুৱক জনৰ ওদালগুৰিত ঘৰ। পাঁচটা সৰু সৰু কন্তনাৰত ড্ৰাগছ সহ আৰক্ষীয়ে যুৱক জনক আটক কৰি বৰ্তমানেও সোধ পোচ কৰি আছে।
Conclusion: