ETV Bharat / city

কাইলৈ বাঘজানত উপস্থিত হ'ব পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান : মুখ্যমন্ত্ৰীৰ কাৰ্যালয় - বাঘজানৰ শেহতীয়া পৰিস্থিতি

বাঘজানৰ দেওবাৰে উপস্থিত হ'ব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে এই কথা ।‌

বাঘজানত উপস্থিত হ'ব প্ৰধান
পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
author img

By

Published : Jun 13, 2020, 2:23 PM IST

গুৱাহাটী, 13 জুন : বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ দেওবাৰে ঘটনাস্থলীত উপস্থিত হ'ব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে এই কথা ।‌ আজি কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকী আহি গুৱাহাটীত উপস্থিত হ'ব যদিও কাইলৈহে ৰাওনা হ'ব বাঘজানলৈ ৷

উল্লেখ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ দুই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাক বাঘজানলৈ পঠিয়াইছিল যদিও দুয়োগৰাকীয়ে বাঘজানবাসীৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হয় ‌।

অৱশ্যে কাইলৈ পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে বাঘজানৰ পৰিস্থিতিৰ বুজ লৈ কি সিদ্ধান্ত ঘোষণা কৰে সেয়া গুৰুত্বপূৰ্ণৰূপে বিবেচিত হ'ব ।

আৰু পঢ়ক : ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.