ETV Bharat / city

অসম আৰক্ষীত দুৰ্নীতি সম্পৰ্কত সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

ৰিংকু গগৈ নামৰ জোৱানজনৰ ফেচবুক লাইভৰ পাচতেই ডি জি পি কুল শইকীয়াৰ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 16, 2019, 9:07 PM IST

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ ২১ নং এপিবিএনৰ জোৱান ৰিংকু গগৈৰ ফেচবুক লাইভ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব উপ আৰক্ষীৰ মহাপৰিদৰ্শক ৰ্যায়ৰ বিষয়াক দিয়া হ'ব বুলি উল্লেখ কৰে ।

DGP ৰ প্ৰতিক্ৰিয়া প্ৰকাশ
ইপিনে অপৰাধত জড়িত কোনো আৰক্ষীৰ বিষয়া বা জোৱানকে সাৰি যাব দিয়া নহ'ব বুলিও কয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।
undefined

21st apbn rজোৱান ৰিংকু গগৈৰ ফেচবুক লাইভ প্ৰসংগত DGPৰ প্ৰতিক্ৰিয়া
এজন DIG পৰ্যায়ৰ বিষয়াক তদন্তৰ দায়িত্ব দিয়া হৈছে সমগ্ৰ ঘটনাৰ
অভিযোগৰ আঙুলি উঠা 1st apbn ৰ কামান্ডেন্টজনৰ বিৰুদ্ধেও চলিব তদন্ত

নীপু কলিতা সন্দৰ্ভতো প্ৰথমবাৰৰ বাবে মুখ খুলিলে DGPয়ে
শীৰ্ষ পৰ্যায়ৰ বিষয়া জড়িত থাকিলেও সাৰি নাযাব তদন্তৰ আওতাৰ পৰা

কাশ্মীৰৰ বিস্ফোৰণৰ পিছতে দিল্লীত জাৰি কৰা হৈছে হাই এলাৰ্ট
অসমৰ নিৰাপত্তাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হল আৰক্ষী সন্চালক প্ৰধান
অসমৰো প্ৰতিখন জিলাৰ আৰক্ষী প্ৰশাসনক সৰ্তক কৰি দিয়া হৈছে
চোৰাংচোৱাৰ সকলো তথ্য মুখ্যমন্ত্ৰীক জনাইছে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.