ETV Bharat / city

বিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!

author img

By

Published : Nov 29, 2019, 5:29 AM IST

জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনিয়ানৰ সংবাদমেল ৷ চৰকাৰক অতি শীঘ্ৰে কেব বাতিল কৰাৰ আহ্বান কটনিয়ানৰ অন্যথা ৰাজ্যত দ্বিতীয় অসম আন্দোলনৰ হুংকাৰ ৷

বিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!
বিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!

গুৱাহাটী, 28 নৱেম্বৰ: জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে কটনিয়ান ৷ বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়খনত সম্বোধন কৰে এখন সাংবাদমেল ৷ সাংবাদমেল যোগে কেন্দ্ৰীয় চৰকাৰৰ কেব সদনত পুনৰ উত্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰ কৰে ছাত্ৰ একতা সভাৰ কৰ্ম-কৰ্তাসকলে ৷ কেবৰ বিৰুদ্ধে ৰাজ্যবাসীক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনালে কটনিয়ানসকলে ৷ সাংবাদমেলত তেওলোকে কয় যে কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত কটন ছাত্ৰ একতা সভাই গোহাৰি পত্ৰৰ বিতৰণ কৰিব লগতে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন স্থানত আলোচনা চক্ৰৰো আয়োজন কৰিছে কটনিয়ানসকলে ৷

জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনিয়ানৰ সংবাদমেল

ইফালে সাংবাদমেলযোগে কটন ছাত্ৰ একতা সভাই অহা 30 নৱেম্বৰৰ পৰা কেবৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে ৷ 30 নৱেম্বৰত কেবৰ বিৰুদ্ধে কটনিয়ানে আয়োজন কৰিছে জোৰ সমদলৰ ৷ কেবৰ বিৰুদ্ধে তেওলোকে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী লোৱাৰ পৰিকল্পনাৰ কথাও সদৰি কৰি উত্তৰ পূবৰ অৰ্থনৈতিক কেন্দ্ৰ হিচাপে জনাজাত ফাঁচী বজাৰ অৱৰোধ কৰাৰো হুংকাৰ দিয়ে ৷ আনহাতে সাংবাদিকৰ আগত কটনিয়ানসকলে জানিবলৈ দিয়ে যে কেব বাতিলৰ আহ্বানেৰে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 5000 গামোছাৰ লগতে সমসংখ্যক চিঠি প্ৰেৰণ কৰিব ৷

সাংবাদমেল যোগে, অগপক তুলধূনা দিলে কটন ছাত্ৰ একতা সভাই ৷ সভাৰ অগপৰ প্ৰতি আহ্বান, " সময় থাকোতেই নিজৰ অস্তিত্ব অতীত আৰু ভেটিৰ কথা মনত পেলাওক"৷ সংবাদমেলৰ শেষত কেন্দ্ৰ-ৰাজ্য চৰকাৰক কটনিয়ানৰ হুংকাৰ, "বাতিল কৰক কেব অন্যথা অসমত আকৌ দ্বিতীয় অসম আন্দোলনৰ সূচনা হব কিন্তু এইবাৰ এই সংগ্ৰামক নেতৃত্ব দিব কটনিয়ানে" ৷

আৰু পঢ়ক: কেবৰ বিৰুদ্ধে সৰব আছু আৰু NESO

Intro:বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে কটন ছাত্ৰ একটা সভাই এখনি সংবাদমেল সম্বোধন কৰে ।
সমগ্ৰ ছাত্ৰ সমাজক প্ৰতিবাদ কৰিবলৈ আহ্বান, কটনিয়ানৰ । সমগ্ৰ ৰাজ্যতে কটনৰ ছাত্র একতা সভাই বিতৰণ কৰিব গোহাৰি পত্ৰ । ভিন্ন স্থানত আলোচনা চক্ৰৰো আয়োজন কটনৰ ছাত্ৰ ছাত্ৰী সকলে । চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন গঢ়ি তোলা হুংকাৰ । Body:লগতে এই বিধেয়ক খনৰ বিৰোধিতা কৰি এলানি কাৰ্যসূচী ঘোষণা ।

• ৩০ নৱেম্বৰৰ তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিব ।

• অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী লোৱা হব ।

• উত্তৰ পূবৰ অৰ্থনৈতিক কেন্দ্ৰ ফাঁচী বজাৰত অৱৰোধ কৰা হুংকাৰ

• ৰেল অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হব

• ৫ হাজাৰ কটনিয়ানে প্ৰধান মন্ত্ৰী মোদীলৈ পঠাব ৫০০০ গামোচা লগতে ৫০০০ খন চিঠি ।

আনহাতে সংবাদমেলতে কটনিয়ানৰ মন্তব্য -
আকৌ দ্বিতীয় অসম আন্দোলনৰ সূচনা কৰা হব । কটন এ তাৰ নেতৃত্ব লব বুলি মন্তব্য ।

Conclusion:• অগপক ক তুলাধূনা । নিজৰ অস্তিত্ব অতীত আৰু ভেটি মনত পেলাওক ।
• অসম চুক্তি আৰু সংবিধানৰ প্ৰতি অলপ ও যদি বিশ্বাস আছে মাত মাতক অগপই ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.