গুৱাহাটী,5ছেপ্টেম্বৰঃ গুৱাহাটীত 2020 ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচ উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (সৰুসজাই) অনুষ্ঠিত হৈছিল এই হাই ভল্টজ মেচখন ৷ উল্লেখ্য় যে মেচখন 2-1 ব্যৱধানত ওমানৰ হাতত পৰাস্ত হয় ভাৰত ৷
