ETV Bharat / city

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে ৷ বিবাহৰ প্ৰস্তুতি চলি থাকোতে 'চাইল্ড লাইন' ফাউণ্ডেশ্বন আৰু গোশালা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকীক ৷

author img

By

Published : Aug 18, 2019, 10:39 PM IST

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা

গুৱাহাটী, 18 আগষ্ট : এইবাৰ গ্ৰামাঞ্চল নহয়, গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা ৷ দেওবাৰে মহানগৰীৰ মালিগাঁও ৰাজীৱ নগৰৰ বাসিন্দা ৰফিকুল ইছলামৰ লগত ধুবুৰী জিলাৰ এগৰাকী কিশোৰীৰ বিবাহৰ প্ৰস্তুতি চলি আছিল ৷ এনে সময়তে 'চাইল্ড লাইন' নামৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনৰ এক আঁচনিৰ কৰ্মকৰ্তা সকলে এই খবৰ লাভ কৰাত উপস্থিত হয়গৈ বিবাহস্থলীত ৷

মহানগৰীৰ মাজমজিয়াত বাল্য বিবাহৰ ঘটনা

প্ৰস্তুতিৰ মাজৰ পৰাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাইল্ড লাইন ফাউণ্ডেশ্বন আৰু গোশালা আৰক্ষীয়ে । বৰ্তমান দুয়োটা পৰিয়ালৰ লগত সোধা - পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, কিশোৰীগৰাকীক উদ্ধাৰ কৰি তদন্তৰ বাবে নিজৰ জিম্মাত ৰাখিছে ফাউণ্ডেশ্বনে । উল্লেখযোগ্য যে, মহানগৰীত সংঘটিত এনে ঘটনাই সভ্য সমাজক লজ্জানত কৰি তুলিছে ।

Intro:Mariani Arokxi Soki

মম নতুবা মোবাইলৰ পোহৰে চলে এখন অতি ব্যস্ততাপূৰ্ণ আৰক্ষী থানা।

আপুনি শুনি হয়তো আচৰিত হব যে আজিৰ যুগটো মম অথবা মোবাইলৰ পোহৰত আৰক্ষী থানা এখন চলি আছে। এই আৰক্ষী থানা খন আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীত। নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল হিচাপে মৰিয়নী অতি স্পৰ্শকাতৰ অঞ্চল ৰূপে পৰিগণিত যদিও নিশা বিজুলী গলেই মৰিয়নী আৰক্ষী চকীত এক অন্ধকাৰ পৰিবেশ বিৰাজ কৰে। নিশা বিজুলী গলেই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই এই সকল আৰক্ষী বিষয়াৰ। কিয়নো এই স্মাৰ্ট আৰক্ষী থানাত বিজুলী গলেই তাৰ বিকল্প হিচাপে নাই কোনো ইনভার্টাৰ অথবা জেনেৰেটৰ। সৌৰশক্তি জৰিয়তে পোহৰ দিয়াৰ ব্যৱস্থা আছিল যদিও যোৱা কেইবামাহ ধৰি এই বিকল্প প্ৰদ্ধতিটো বিকল হৈ থকাত বিজুলী গলেই এই সকল আৰক্ষীয়ে আশ্ৰয় লয় মোবাইলৰ পোহৰৰ। এই সন্দৰ্ভত আৰক্ষী বিষয়া সকলৰ মতামত এনেদৰে।
Bite :- police

Ranjit Borah
MarianiBody:Mariani Arokxi Soki

MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.