ETV Bharat / lifestyle

​​কেনেকৈ হৈছিল দেৱী ব্ৰহ্মচাৰিণীৰ উৎপত্তি ? নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত দেৱীক এনেদৰে কৰক সন্তুষ্ট - Navratri 2024

Navratri 2024: শাৰদীয় নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাতৃ ব্ৰহ্মচাৰিণীৰ আৰাধনা কৰা হয় । নিয়ম অনুসৰি ব্ৰহ্মচাৰিণী দেৱীক পূজা কৰিলে পৰিয়ালত সুখ আৰু সমৃদ্ধিয়ে বিৰাজ কৰে বুলি বিশ্বাস কৰা হয় । মা ব্ৰহ্মচাৰিণীৰ পূজা পদ্ধতি আৰু শুভ সময় জানি লওক-

author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

Shardiya Navratri 2nd Day 2024: Know the Worship Method and Mantra goddess Brahmacharini
​​কেনেকৈ হৈছিল দেৱী ব্ৰহ্মচাৰিণীৰ উৎপত্তি ? নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত দেৱীক এনেদৰে কৰক সন্তুষ্ট (ETV Bharat)

শাৰদীয় নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত মা ব্ৰহ্মচাৰিণীৰ আৰাধনা কৰা হয় । মাতৃ ব্ৰহ্মচাৰিণী হৈছে ধ্যান, জ্ঞান আৰু ত্যাগৰ অধ্যক্ষ দেৱতা । আজিৰ দিনটোত ব্ৰহ্মচাৰিণী দেৱীক পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰি পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুত থাকে । মা ব্ৰহ্মচাৰিণী ভগৱান ব্ৰহ্মৰ কমণ্ডলৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়, সেইবাবেই তেওঁৰ নাম ব্ৰহ্মচাৰিণী ৰখা হৈছিল । আহক নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত দেৱী ব্ৰহ্মচাৰিণী পূজা বিধিৰ বিষয়ে বিতংভাৱে জানি লও-

দেৱী ব্ৰহ্মচাৰিণী (ETV Bharat)

মা ব্ৰহ্মচাৰিণীৰ প্ৰিয় ৰং - বগা

মা ব্ৰহ্মচাৰিণীৰ প্ৰিয় ফুল- বগা ফুল

মা ব্ৰহ্মচাৰীৰ প্ৰিয় ভোগ- ফল-মূল, বগা মিঠাই, মিশ্ৰী, পায়স ।

শাৰদীয় নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত মা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয় । বিধি-বিধান অনুসৰি দেৱীক পূজা কৰিলে জ্ঞান আৰু ধ্যানৰ সমান্তৰালকৈ বৈৰাজ্ঞৰ প্ৰাপ্তি হয় বুলি কোৱা হয় । মা ব্ৰহ্মচাৰিণীয়ে সৰল স্বভাৱৰ আৰু দুষ্টক পথ প্ৰদৰ্শন কৰে । ধূপ, কৰ্পূৰ, লং, শুকান ফল, মিশ্ৰী-মিঠাই আৰু দেশী ঘিউ আগবঢ়াই হোম যজ্ঞৰে মা ব্ৰহ্মচাৰিণীক পূজা কৰা হয় ।

মাতৃ ব্ৰহ্মচাৰিণী পূজা পদ্ধতি

পুৱা সোনকালে উঠি গা ধুই মন্দিৰটো ভালদৰে চাফা কৰক । দেৱী দুৰ্গাক গংগা জলেৰে অভিষেক কৰক । দেৱীক অক্ষত, ৰঙা চন্দন, ৰঙা কাপোৰ আৰু ৰঙা ফুল আগবঢ়াওক । সকলো দেৱ-দেৱীৰ জলাভিষেক কৰি ফল, ফুল আৰু তিলক দিয়ক । ইয়াৰ পিচত প্ৰসাদ হিচাপে ফল-মূল আৰু মিঠাই আগবঢ়াওক । গৃহ মন্দিৰত ধূপ কাঠ আৰু ঘিউৰ চাকি জ্বলাওক । দুৰ্গা সপ্তশতী আৰু দুৰ্গা চালিছা পাঠ কৰক । পাণৰ পাতত কৰ্পূৰ আৰু লং ৰাখি মা ব্ৰহ্মচাৰিণীৰ আৰতি কৰক ৷ শেষত ক্ষমা-প্ৰাৰ্থনা কৰক । ধৰ্মীয় বিশ্বাস অনুযায়ী ভাগৱতী ব্ৰহ্মচাৰিণী পূজা কৰিও মহাদেৱক সন্তুষ্ট কৰিব পাৰি ।

মা ব্ৰহ্মচাৰিণীৰ মন্ত্ৰ

  • या देवी सर्वभूतेषु मां ब्रह्मचारिणी रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
  • ह्रीं श्री अम्बिकायै नम:
  • दधाना काभ्याम् क्षमा कमण्डलू। देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा

মা ব্ৰহ্মচাৰিণীক পূজাৰ শুভ সময়

  1. ব্ৰহ্ম মুহূৰ্ত- পুৱা ০৪:৩৮ বজাৰ পৰা পুৱা ০৫:২৭ বজালৈ
  2. প্ৰাতঃ সন্ধ্যা- পুৱা ০৫:০৩ বজাৰ পৰা পুৱা ০৬:১৬ বজালৈ
  3. অভিজিত মুহূৰ্ত- পুৱা ১১:৪৬ বজাৰ পৰা নিশা ১২:৩৩ বজালৈ
  4. বিজয় মুহূৰ্ত- দুপৰীয়া ০২:০৭ বজাৰ পৰা ০২:৫৫ বজালৈ
  5. গধুলি মুহূৰ্ত- সন্ধিয়া ০৬:০৩ বজাৰ পৰা ০৬:২৮ বজালৈ
  6. সন্ধিয়া মুহূৰ্ত- সন্ধিয়া ০৬:০৩ বজাৰ পৰা ০৭:১৭ বজালৈ
  7. অমৃত কাল- পুৱা ১১:২৪ বজাৰ পৰা নিশা ০১:১৩ বজালৈ
  8. নিশিতা মুহূৰ্ত- নিশা ১১:৪৫ বজাৰ পৰা ০০:৩৪লৈ, ০৫ অক্টোবৰ

নৱৰাত্ৰিৰ দ্বিতীয় দিনাৰ শুভ চোঘড়িয়া মুহূৰ্ত

শুভ - পুৱা ০৬:১৫ বজাৰ পৰা পুৱা ০৭:৪৪ বজালৈ

লাভ - নিশা ১২:১০ বজাৰ পৰা নিশা ০১:৩৮ বজালৈ

অমৃত - পুৱা ০১:৩৮ বজাৰ পৰা ০৩:০৭ বজালৈ

অমৃত - সন্ধিয়া ০৬:০৪ বজাৰ পৰা ০৭:৩৬ বজালৈ

লগতে পঢ়ক: Navratri bhog recipe 2022: নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীক আগবঢ়াওক এইবিধ ভোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.