ETV Bharat / city

BSNLৰ বিৰুদ্ধে অভিযোগ ঠিকাদাৰৰ - BSNLৰ মুখ্য কাৰ্যালয়

দুবছৰ ধৰি বিএছএনএলৰ ঠিকাদাৰসকলে লাভ কৰা নাই কামৰ বিল, প্ৰাপ্ত ধন বিচাৰি হাহাকাৰ ঠিকাদাৰসকলৰ ।

BSNLৰ বিৰুদ্ধে অভিযোগ ঠিকাদাৰৰ
author img

By

Published : Jun 20, 2019, 10:00 PM IST

গুৱাহাটী,২০জুন : ৰাজ্যৰ চৰকাৰী টেলিকাম সেৱা বিএছএনএলৰ বিৰুদ্ধে অভিযোগ ঠিকাদাৰৰ । দুবছৰ ধৰি চৰকাৰে ঠিকাদাৰসকলক আদায় কৰা নাই কাম কৰাৰ বিল । যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ঠিকাদাৰসকলে । বিএছএনএলৰ ঠিকাদাৰ সকলে নিজ-নিজ জিলাৰ বিএছএনএল কাৰ্যালয়ত প্ৰাপ্ত ধন বিচাৰি হ'বলগীয়া হৈছে হাৰাশাস্তি । অৱশেষত বৃহস্পতিবাৰে প্ৰাপ্ত ধন বিচাৰি অসমৰ বিভিন্ন জিলাত বিএছএনএলৰ ঠিকাদাৰ সকলে পানবজাৰস্থিত বিএছএনএলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ CGM ক সাক্ষাৎ কৰি এখন স্মাৰকপাত্ৰ প্ৰদান কৰে ।

Intro:BSNLয়ে ঠিকাদাৰ সকলক যোৱা দুবছৰ ধৰি আদায় কৰা নাই কাম কৰাৰ বিল।

Body:অসমৰ বিভিন্ন জিলাত BSNLৰ বাবে কাম কৰি অহা ঠিকাদাৰক সকলক যোৱা দুবছৰ ধৰি আদায় কৰা নাই কাম কৰাৰ বিল। BSNLৰ ঠিকাদাৰ সকলো নিজ নিজ জিলাৰ BSNL কাৰ্য্যালয় পৰা যোৱা দুবছৰ ধৰি কাম কৰা বিল বিছাৰি বিভিন্ন ধাৰণ হাৰশাস্তি হব লগা হৈছে। যাৰ বাবে অসমৰ বিভিন্ন জিলাত BSNLৰ ঠিকাদাৰ সকল বৃস্পতিবাৰে পানবাজাৰ স্থিত BSNLৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হয় CGM ক সাক্ষাৎ কৰি এটা স্মাৰকপাত্ৰ পর্দান কৰি অতি শীঘ্ৰে বিল সমূহ মুকলাই দিবলৈ অনুৰোধ জনায়। অসমৰ বিভিন্ন জিলাত BSNLৰ বাবে কাম কৰি অহা ঠিকাদাৰ সকলক প্রায় ৫০ কৈ অধিক বিল BSNL ৰ পৰা পাৱ লগা আছে। BSNL য়ে ঠিকাদাৰক সকলৰ পাৱ লগা বিল আদায় না কৰাৰ বাবে অসমৰ ঠিকাদাৰ সকল বিভিন্ন ধৰনৰ সমস্যাৰ সম্মুখীন হব লগা হৈছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.