ETV Bharat / city

হীৰা শৰণীয়াক কোনে উগ্ৰপন্থী বুলি মন্তব্য কৰিলে ?

author img

By

Published : Sep 15, 2019, 10:15 PM IST

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এখন সংবাদমেল সম্বোধন কৰি নৱ শৰণীয়াই হীৰা শৰণীয়া হয় আৰু এই হীৰা শৰণীয়া এগৰাকী উগ্ৰপন্থী বুলি মন্তব্য কৰাৰ লগতে বি পি এফক লৈ ওলোৱা উৰাবাতৰিৰ কোনো সত্যা-সত্য নাই বুলি মন্তব্য কৰে ৷

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

গুৱহাটী,15চেপ্তেম্বৰ : ''নৱ শৰণীয়াই হীৰা শৰণীয়া হয় আৰু এই হীৰা শৰণীয়া এগৰাকী উগ্ৰপন্থী ''৷ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷ দেওবাৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে গুৱহাটীত এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বমূলক কথা উল্লেখ কৰে ৷ সাংসদগৰাকীয়ে কয়-

  • বি পি এফক লৈ বহু উৰাবাতৰি প্ৰচাৰ হৈছে আৰু এই বাকৰি একেবাৰে সত্য নহয়
  • বি পি এফৰ লগত বহু ৰাজনৈতিক দলৰ আলোচনা চলি আছে
  • UPPLৰ লগতো মিত্ৰতাৰ কথা চলি আছে বি পি এফৰ
  • UPPL ক বি পি এফত চামিল হবলৈ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে
  • যদি বি পিএফত UPPL চামিল হয় তেতিয়া ইউ জি ব্ৰহ্মক ৰাজ্যসভাৰ আসন এৰি দিয়া হ'ব
  • বিগত লোকসভা নিৰ্বাচনত BPF আৰু UPPL ৰ মিত্ৰতা হ'লে 70% ভোট লাভ কৰিলে হেতেন

Intro:ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল।
বি পি এফ ক লৈ বহু উৰাবাতৰি প্ৰচাৰ হৈছে বুলি কলে বিশ্ব জিৎ দৈমাৰীয়ে ।
বাতৰিত প্ৰকাশ পোৱা সকলো কথা সত্য নহয়।
বি পি এফ ৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনা চলি আছে।
UPPL ৰ লগত মিত্ৰতাৰ কথা চলি আছে ।
UPPL ক BPF ত চামিল হবলৈ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে।

Body:UPPL যদি BPF ত চামিল হয় তেতিয়া ইউ জি ব্ৰহ্মক ৰাজ্যসভাৰ আসন এৰি দিয়া হব ।
বিগত লোকসভা নিৰ্বাচনত BPF আৰু UPPL ৰ মিত্ৰতা হোৱা হলে 70% ভোট লাভ কৰিলে হেতেন ।
নৱ শৰণীয়াই হীৰা শৰণীয়া হয় ।আৰু এইজন হীৰা শৰণীয়া এগৰাকী উগ্ৰপন্থী বুলি মন্ত্যব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

Conclusion:লগতে বহু উগ্ৰপন্থী সংগঠনৰ লোকে সভা অথবা মিটিং মুকলি মুৰীয়াকৈ কৰি আছে। এই ক্ষেত্ৰত প্ৰশাসনে একো পদক্ষেপ লব পৰা নাই বুলিও কলে বিশ্বজিৎ দৈমাৰিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.