ETV Bharat / city

ডাউন টাউন বিশ্ববিদ্যালয়ত বাংলাদেশৰ বংগ বন্ধু শেখ মজিবুৰ ৰহমানৰ শতবৰ্ষ অনুষ্ঠান

author img

By

Published : Feb 24, 2022, 6:22 PM IST

Updated : Feb 24, 2022, 8:04 PM IST

বৃহস্পতিবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত বাংলাদেশৰ বংগ বন্ধু শেখ মজিবুৰ ৰহমান শতবৰ্ষ অনুষ্ঠান উদযাপন কৰা হয় (Bangabandhu Sheikh Mujibur Rahman centenary observe at ADTU) ৷ এই অনুষ্ঠানত উপস্থিত থাকে বাংলাদেশ চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মূৰব্বী মন্ত্ৰী ড৹ মহম্মদ হাছান মামুদ (H.E minister Dr Hasan Mahmud of Bangladesh at ADTU) ৷

bangabandhu-sheikh-mujibur-rahman-centenary-observe-at-adtu
ডাউন টাউন বিশ্ববিদ্যালয়ত বাংলাদেশৰ বংগ বন্ধু শেখ মজিবুৰ ৰহমানৰ শতবৰ্ষ অনুষ্ঠান

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত বংগবন্ধু কৰ্ণাৰ হিচাপে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বাংলাদেশৰ বংগ বন্ধু শেখ মজিবুৰ ৰহমান শতবৰ্ষ উপলক্ষে এই অনুষ্ঠান আয়োজন কৰা হয় (Bangabandhu Sheikh Mujibur Rahman centenary observe at ADTU ) ৷

এই অনুষ্ঠানত উপস্থিত থাকে বাংলাদেশ চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মূৰব্বী মন্ত্ৰী ড৹ মহম্মদ হাছান মামুদ (H.E minister Dr Hasan Mahmud of Bangladesh at ADTU) , ডাউন টাউন বিশ্ববিদ্যালয় আচাৰ্য ড৹ এন. এন দত্তৰ লগতে বাংলাদেশ চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া । অনুষ্ঠানৰ আৰম্ভণিতে ডাউন টাউন বিশ্ববিদ্যালয় থকা শেখ মজিবুৰ ৰহমানৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ মহম্মদ হাছান মামুদে ৷

ইয়াৰোপৰি ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনু্ষ্ঠানৰ আৰম্ভণিতে ভাৰত আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । উল্লেখ্য যে, অসম ডাউন টাউন বিশ্ববিদ্যালয় বংগবন্ধু কৰ্ণাৰ অনুষ্ঠিত কৰা উত্তৰপূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় ।

লগতে পঢ়ক : কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

Last Updated : Feb 24, 2022, 8:04 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.