ETV Bharat / city

বাইহাটা চাৰিআলিত ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ - অসম চৰকাৰ

ঠিকাভিত্তিত নিযুক্ত শিক্ষকসকলৰ বিভিন্ন দাবী সমূহ পূৰণ কৰাৰ দাবীত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

বাইহাটা চাৰিআলিত ঠিকাভিত্তিক শিক্ষকৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 5, 2019, 7:18 PM IST

বাইহাটা চাৰিআলি, 5 আগষ্ট : সোমবাৰে উত্তাল প্ৰতিবাদৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি কঁপাই তোলে ঠিকাভিত্তিক শিক্ষকে ৷ বাইহাটা চাৰিআলিৰ বিভিন্ন স্থানৰ বিদ্যালয় সমূহৰ পৰা অহা ঠিকা ভিত্তিক শিক্ষকে সাব্যস্ত কৰে এই প্ৰতিবাদ । ঠিকাভিত্তিক শিক্ষকসকলৰ অভিযোগ সুদীৰ্ঘ ১০ বছৰ ধৰি তেঁওলোকে চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে কিন্তু চৰকাৰে বিভিন্ন অজুহাত দি তেঁওলোকক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে ৷ তাৰ উপৰিও আদলতত চৰকাৰে দাখিল কৰা পুণৰীক্ষণ আবেদন প্ৰত্যাহাৰ, বি এড ডেপুটেচন দিয়া ইত্যাদি বিভিন্ন দাবীৰে তেওলোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে ঠিকাভিত্তিক শিক্ষক সকলৰ এই প্ৰতিবাদৰ ফলত আজি বিদ্যালয় সমূহৰ পাঠদানত ব্যাপক ব্যাঘাট জন্মে ৷ চৰকাৰৰ প্ৰতি তেঁওলোকৰ এটাই প্ৰশ্ন প্ৰয়োজনৰ সময়ত ঠিকা ভিত্তিক শিক্ষকসকলক যদি সকলোধৰণৰ চৰকাৰী কাম-কাজত নিয়োজিত কৰিব পাৰে তেন্তে তেঁওলোকৰ চাকৰি কিয় নিয়মীয়াকৰণ কৰিব নোৱাৰে?

Intro:Baihata Contractual Teacher Strike

V/O:---- কামৰূপৰ বাইহাটা চাৰিআলিত ঠিকাভিত্তিক শিক্ষকৰ উত্তাল প্ৰতিবাদ । বাইহাটা চাৰিআলিৰ বিভিন্ন স্থানৰ বিদ্যালয় সমুহৰ পৰা অহা ঠিকা ভিত্তিক শিক্ষক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । ঠিকা ভিত্তিক শিক্ষক সকলৰ বিভিন্ন দাবী সমুহ পূৰন কৰাৰ বাবে এই প্ৰতিবাদ । সুদীৰ্ঘ ১০ বছৰে ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়া নকৰি বিভিন্ন চৰকাৰী কামত নিয়োগ কৰাৰ আনিছে অভিযোগ । আদালতত চৰকাৰে দাখিল কৰা পু নৰীক্ষণ আবেদন প্ৰত্যাহাৰ কৰা , চাকৰি নিয়মীয়া কৰা , বি এড ডেপুটেচন দিয়া , সমান কামৰ সমান মূল্য দিয়া আদি দাবীৰে শিক্ষক সকলে প্ৰতিবাদ সাব্যস্ত কৰে । ঠিকা ভিত্তিক শিক্ষক সকলৰ এই প্ৰতিবাদৰ ফলত শ্ৰেণী সমূহৰ পাঠদান কাৰ্য্যত ব্যঘাট জন্মে । শিক্ষক সকলক যদি সকলো ধৰনৰ চৰকাৰী কামত নিয়জিত কৰিব পাৰে তেন্তে চাকৰি কিয় নিয়মীয়া কৰিব নোৱাৰে এই প্ৰশ্ন শিক্ষক শিক্ষয়ত্ৰী সকলৰ ।
বাইট:---
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.