ETV Bharat / city

বাঘজানৰ অগ্নিকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আছেঃ প্ৰাক্তন বিধায়ক ৰাজু চাহু

author img

By

Published : Jun 10, 2020, 10:52 PM IST

আজি সন্ধিয়া ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত প্ৰাক্তন বিধায়কগৰাকীয়ে এই বুলিও অভিযোগ তোলে যে ঘটনাস্থলীৰ সমীপবৰ্তী ডিব্ৰু ছৈখেৱা অভয়াৰণ্যত থকা বহুসংখ্যক পইন্টৰ পৰা দীৰ্ঘদিন ধৰি অইলে তেল আহৰণ কৰি জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ এই বনাঞ্চলখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে ।

বাঘজানৰ অগ্নিকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আছেঃ প্ৰাক্তন বিধায়ক ৰাজু চাহু
বাঘজানৰ অগ্নিকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আছেঃ প্ৰাক্তন বিধায়ক ৰাজু চাহু

গুৱাহাটী, 10 জুন : বাঘজান তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ডৰ এক অন্তৰ্নিহিত কাৰণ আৰু ৰহস্য আছে । বিগত 14-15 দিনে ভয়ানকভাৱে খাদটোৰ পৰা গেছ নিৰ্গমন হৈ থকা স্বত্বেও বিষয়টোৰ প্ৰতি অইল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে কিয় গুৰুত্ব দিয়া নাছিল সেয়া ডাঙৰ প্ৰশ্ন ।

এই গুৰুতৰ অভিযোগ কংগ্ৰেছ নেতা তথা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ । আজি সন্ধিয়া ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত প্ৰাক্তন বিধায়কগৰাকীয়ে এই বুলিও অভিযোগ তোলে যে ঘটনাস্থলীৰ সমীপবৰ্তী ডিব্ৰু ছৈখেৱা অভয়াৰণ্যত থকা বহুসংখ্যক পইন্টৰ পৰা দীৰ্ঘদিন ধৰি অইলে তেল আহৰণ কৰি জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ এই বনাঞ্চলখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে । এতিয়া অইল ইণ্ডিয়াই তেওঁলোকৰ কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে আৰু তাৰ বাবে দাঁতিকাষৰীয়া অঞ্চলসমূহ খালি কৰাৰ নিমিত্তেই ইচ্ছাকৃতভাবে এই অগ্নিকাণ্ডৰ সৃষ্টি কৰিছে বুলিও তেওঁ অভিযোগ তোলে ।

লগতে পঢ়কঃ বাঘজান বিস্ফোৰণঃ পৰিৱেশকৰ্মী নিৰন্তৰ গোঁহাই আৰু অধিবক্তা বিক্ৰম ৰাজখোৱাৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.