ETV Bharat / city

এটেনশ্বন বনমন্ত্ৰীঃ নিজৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত কৰিব খোদ একেজন বন বিষয়াই !

author img

By

Published : Oct 17, 2019, 2:46 PM IST

Updated : Oct 17, 2019, 3:45 PM IST

আমোদজনক কথাটো হ'ল এইজন ডি এফ অ'ৰ পৃষ্ঠপোষকতাতে ধুবুৰীত শিল,বালি আৰু কাঠৰ গাড়ীৰ পৰা অবৈধভাবে ধন সংগ্ৰহৰ অভিযোগ উঠি আহিছে। আনকি তেওঁৰ কাৰ্যকালতে ধুবুৰীত ছটাকৈ নতুন শ্ব' মিলৰ পঞ্জীয়ন কৰা হৈছিল আৰু সেই আটাইকেইটাতে অবৈধ কামকাজ চলি আহিছে। ধুবুৰীৰ ডি এফ অ' গৰাকীৰ জ্ঞাতসাৰেই যে এনে কাণ্ড চলি আহিছে সেই কথা উদঙাই দিছে বন বিভাগৰে এক তদন্ত প্ৰতিবেদনে। ২৫ ছেপ্টেম্বৰত নামনি অসমৰ সামাজিক বনানীকৰনৰ 'কনজাৰভেটৰ অৱ ফৰেষ্টে' দাখিল কৰিছে এই প্ৰতিবেদন, যিখনৰ প্ৰতিলিপি আহি পৰিছে ই টিভি ভাৰতৰ হাতত।

এটেনশ্বন বনমন্ত্ৰী

গুৱাহাটী, ১৭ অক্টোবৰঃ এফালে মুখ্যমন্ত্ৰীৰ মুখেৰে সভাই সমিতিয়ে আখৈ ফুটা দি ফুটে শূণ্য সহনশীলতাৰ কথা আনফালে ছিণ্ডিকেটৰাজে কোঙা কৰিছে ৰাজ্যৰ বন বিভাগ ৷ বন বিভাগত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত বিষয়াকেই আকৌ দিয়া হয় তেওঁৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ তদন্তৰ ভাৰ। আজৱ ৰাজ্য, আজৱ কাৰবাৰ !

Attention Forest Department
এটেনশ্বন বনমন্ত্ৰী

বিগত সময়চোৱাত ধুবুৰীত বন বিভাগৰ এটা শক্তিশালী চক্ৰই ছিণ্ডিকেটৰ কাণ্ডাৰীৰ সৈতে লগ লাগি অবৈধ কাঠ, শিল, বালি আদিৰ গাড়ীৰ পৰা হোৰাহোৰে ধন সংগ্ৰহ কৰি অহাৰ বাতৰি প্ৰকাশ পাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৫ অক্টোবৰত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষকক এ এম সিঙে ধুবুৰীত চাডেন ভিজিট দি বিষয়টোৰ চৰজমিন অধ্যয়ন কৰে আৰু এনেবোৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে ধুবুৰীৰ ডি এফ অ' বিশ্বজিৎ ৰায়ক।

Attention Forest Department
এটেনশ্বন বনমন্ত্ৰী

আমোদজনক কথাটো হ'ল এইজন ডি এফ অ'ৰ পৃষ্ঠপোষকতাতে ধুবুৰীত শিল, বালি আৰু কাঠৰ গাড়ীৰ পৰা অবৈধভাবে ধন সংগ্ৰহৰ অভিযোগ উঠি আহিছে। আনকি তেওঁৰ কাৰ্যকালতে ধুবুৰীত ছটাকৈ নতুন শ্ব' মিলৰ পঞ্জীয়ন কৰা হৈছিল আৰু সেই আটাইকেইটাতে অবৈধ কামকাজ চলি আহিছে। ধুবুৰীৰ ডি এফ অ' গৰাকীৰ জ্ঞাতসাৰেই যে এনে কাণ্ড চলি আহিছে সেই কথা উদঙাই দিছে বন বিভাগৰে এক তদন্ত প্ৰতিবেদনে। ২৫ ছেপ্টেম্বৰত নামনি অসমৰ সামাজিক বনানীকৰনৰ 'কনজাৰভেটৰ অৱ ফৰেষ্টে' দাখিল কৰিছে এই প্ৰতিবেদন, যিখনৰ প্ৰতিলিপি আহি পৰিছে ই টিভি ভাৰতৰ হাতত। সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তদন্তৰ সময়ত এই কথা স্পষ্ট হৈছে যে বৰ্তমানৰ ডি এফ অ' গৰাকীৰ কাৰ্যকালতে ছটা নতুন শ্ব' মিলৰ পঞ্জীয়ন কৰা হৈছিল আৰু তাৰে চাৰিটাতে অভিযান চলাই তদন্তকাৰী দলে অবৈধ ব্যৱসায়ৰ তথ্য লাভ কৰিছে। এই চাৰিটা শ্ব' মিল হৈছে নুৰ শ্ব' টিম্বাৰ, মণ্ডল টিম্বাৰ, আৰিফুল শ্ব' টিম্বাৰ আৰু চুমায়া শ্ব' টিম্বাৰ। তদন্ত প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে ডি এফ অ'ৰ জ্ঞাতসাৰেই চলি থকা অবৈধ বেহাৰ তথ্য। তদন্তকাৰী দলৰ আগত ফৰেষ্ট গাৰ্ড ছফিউল আলম আহমেদে স্বীকাৰোক্তি দিছে যে, সোণাৰহাট ৱাটচ পোষ্টত প্ৰতিখন অবৈধ বনজ সামগ্ৰী কঢ়িওৱা গাড়ীৰ পৰা এশ টকাকৈ সংগ্ৰহ কৰা হয় আৰু সেই ধন জমা দিয়া হয় ডি এফ অ'ক। এতিয়া প্ৰশ্ন হয় মাত্ৰ এপষেক পূৰ্বে যিজন ডি এফ অ'ৰ বিৰুদ্ধে তথ্য প্ৰমাণসহ এই প্ৰতিবেদন দাখিল কৰা হৈছিল, সেই একেজন বিষয়াকে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্তৰ ভাৰ দিয়া হ'ল কাৰ স্বাৰ্থত ? কলৈ গ'ল বনমন্ত্ৰীৰ দুৰ্নীতিবিৰোধী শ্ল'গান ? ক'ত হেৰাল মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতা ?

Intro:গুৱাহাটী, ১৭ অক্টোবৰঃ ইয়াকেই কয় বোলে উদক ভেটা ৰখীয়া পতা। এফালে মুখ্যমন্ত্ৰীৰ মুখেৰে সভাই সমিতিয়ে আখৈ ফুটা দি ফুটে শূণ্য সহনশীলতাৰ কথা। আনফালে ছিণ্ডিকেটৰাজে কোঙা কৰি পেলোৱা বন বিভাগত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত বিষয়াকেই আকৌ দিয়া হয় তেওঁৰ বিৰুদ্ধে উল্থাপিত দুৰ্নীতিৰ তদন্তৰ ভাৰ। আজৱ ৰাজ্য, আজৱ কাৰবাৰ ! Body:বিগত সময়চোৱাত ধুবুৰীত বন বিভাগৰ এটা শক্তিশালী চক্ৰই ছিণ্ডিকেটৰ কাণ্ডাৰীৰ সৈতে লগ লাগি অবৈধ কাঠ, শিল, বালি আদিৰ গাড়ীৰ পৰা হোৰাহোৰে ধন সংগ্ৰহ কৰি অহাৰ বাতৰি প্ৰকাশ পাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৫ অক্টোবৰত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষকক এ এম সিঙে ধুবুৰীত চাডেন ভিজিট দি বিষয়টোৰ চৰজমিন অধ্যয়ন কৰে আৰু এনেবোৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে ধুবুৰীৰ ডি এফ অ' বিশ্বজিৎ ৰায়ক। আমোদজনক কথাটো হ'ল এইজন ডি এফ অ'ৰ পৃষ্ঠপোষকতাতে ধুবুৰীত শিল, বালি আৰু কাঠৰ গাড়ীৰ পৰা অবৈধভাবে ধন সংগ্ৰহৰ অভিযোগ উঠি আহিছে। আনকি তেওঁৰ কাৰ্যকালতে ধুবুৰীত ছটাকৈ নতুন শ্ব' মিলৰ পঞ্জীয়ন কৰা হৈছিল আৰু সেই আটাইকেইটাতে অবৈধ কামকাজ চলি আহিছে। এই কথা আমি সাজি কোৱা কথা নহয়।Conclusion:ধুবুৰীৰ ডি এফ অ' গৰাকীৰ জ্ঞাতসাৰেই যে এনে কাণ্ড চলি আহিছে সেই কথা উদঙাই দিছে বন বিভাগৰে এক তদন্ত প্ৰতিবেদনে। ২৫ ছেপ্টেম্বৰত নামনি অসমৰ সামাজিক বনানীকৰনৰ কনজাৰভেটৰ অৱ ফৰেষ্টে দাখিল কৰিছে এই প্ৰতিবেদন, যিখনৰ প্ৰতিলিপি আহি পৰিছে ই টিভি ভাৰতৰ হাতত। সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তদন্তৰ সময়ত এই কথা স্পষ্ট হৈছে যে বৰ্তমানৰ ডি এফ অ' গৰাকীৰ কাৰ্যকালতে ছটা নতুন শ্ব' মিলৰ পঞ্জীয়ন কৰা হৈছিল আৰু তাৰে চাৰিটাতে অভিযান চলাই তদন্তকাৰী দলে অবৈধ ব্যৱসায়ৰ তথ্য লাভ কৰিছে। এই চাৰিটা শ্ব' মিল হৈছে নুৰ শ্ব' টিম্বাৰ, মণ্ডল টিম্বাৰ, আৰিফুল শ্ব' টিম্বাৰ আৰু চুমায়া শ্ব' টিম্বাৰ। তদন্ত প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে ডি এফ অ'ৰ জ্ঞাতসাৰেই চলি থকা অবৈধ বেহাৰ তথ্য। তদন্তকাৰী দলৰ আগত ফৰেষ্ট গাৰ্ড ছফিউল আলম আহমেদে স্বীকাৰোক্তি দিছে যে সোণাৰহাট ৱাটচ পোষ্টত প্ৰতিখন অবৈধ বনজ সামগ্ৰী কঢ়িওৱা গাড়ীৰ পৰা এশ টকাকৈ সংগ্ৰহ কৰা হয় আৰু সেই ধন জমা দিয়া হয় ডি এফ অ'ক। আৰু বহু বিস্ফোৰক তথ্য আছে সেই প্ৰতিবেদনত। এতিয়া প্ৰশ্ন হয় মাত্ৰ এপষেক পূৰ্বে যিজন ডি এফ অ'ৰ বিৰুদ্ধে তথ্য প্ৰমাণসহ এই প্ৰতিবেদন দাখিল কৰা হৈছিল, সেই একেজন বিষয়াকে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্তৰ ভাৰ দিয়া হ'ল কাৰ স্বাৰ্থত ? কলৈ গল বনমন্ত্ৰীৰ দুৰ্নীতিবিৰোধী শ্ল'গান ? ক'ত হেৰাল মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতা ?
Last Updated : Oct 17, 2019, 3:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.