ETV Bharat / city

কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰতঃ সাক্ষাৎকাৰ কলকাতাত কিয় ? - অসম বিশ্ববিদ্যালয়ত অসম বিৰোধী চক্ৰ

অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা অসম বিশ্ববিদ্য়ালয়ত ইয়াৰ পূৰ্বেও সক্ৰিয় হৈ থকা উক্ত চক্ৰটোৱে কেইবাবাৰো গ্ৰহণ কৰিছিল অসমবিৰোধী স্থিতি । এটাবছৰৰ পূৰ্ৱে শিলচৰ বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰৱেশত ফটোৱা জাৰি কৰিছিল বিশ্ববিদ্য়ালয়খনৰ এজন প্ৰাক্তন প্ৰৱক্তাই ৷

কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰতঃ সাক্ষাৎকাৰ কলকাতাত কিয় ?
author img

By

Published : Sep 27, 2019, 7:57 PM IST

গুৱাহাটী, 27 ছেপ্টেম্বৰঃ অসম চুক্তিৰ আধাৰত স্থাপিত শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত জন্মলগ্নৰে পৰা সক্ৰিয় হৈ আহিছে এটা অসমবিৰোধী চক্ৰ। শেহতীয়াকৈ এই চক্ৰটোৱে বিশ্ববিদ্যালয়খনত ৪৪ টা পদৰ নিযুক্তিক লৈ আৰম্ভ কৰিছে কুটকৌশল।

ঐতিহাসিক অসম চুক্তিৰ মৰ্যাদা লাঘৱ কৰিবলৈ এইবাৰ শিলচৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সক্ৰিয় হৈ পৰিছে অসমবিৰোধী চক্ৰ ৷ এই অসম বিৰোধী চক্ৰৰ চক্ৰান্ততে, ৪৪ টা অধ্যাপক, সহকাৰী অধ্যাপকৰ পদৰ বাবে অসমৰ পৰিৱৰ্তে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব কলকাতাত ৷

ASSAM UNIVERSITY ASSISTANT PROFESSOR INTERVIEW AT KOLKATA

অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা অসম বিশ্ববিদ্য়ালয়ত ইয়াৰ পূৰ্বেও সক্ৰিয় হৈ থকা উক্ত চক্ৰটোৱে কেইবাবাৰো গ্ৰহণ কৰিছিল অসমবিৰোধী স্থিতি । এটাবছৰৰ পূৰ্ৱে শিলচৰ বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰৱেশত ফটোৱা জাৰি কৰিছিল বিশ্ববিদ্য়ালয়খনৰ এজন প্ৰাক্তন প্ৰৱক্তাই ৷

কিন্তু ইমানৰ পাছতো অসম চুক্তিৰ আধাৰত স্থাপিত এইখন বিশ্ববিদ্যালয়ত চলি থকা অসম বিৰোধী চক্ৰৰ এনে দৌৰাত্ম দেখিও মুখ্যমন্ত্ৰী নীৰৱ কিয় সেয়াহে এতিয়া ৰহস্যজনক বিষয় হৈ পৰিছে।

Intro:VO অসম চুক্তিৰ আধাৰত স্থাপিত শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত জন্মলগ্নৰে পৰা সক্ৰিয় হৈ আহিছে এটা অসমবিৰোধী চক্ৰ। শেহতীয়াকৈ এই চক্ৰটোৱে বিশ্ববিদ্যালয়খনত ৪৪ টা পদৰ নিযুক্তিক লৈ আৰম্ভ কৰিছে কুটকৌশল।

GFX ক'ত থাকিল অসম চুক্তিৰ মৰ্যাদা ?
GFX শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পুণৰ অসমবিৰোধী চক্ৰৰ তৎপৰতা
GFX ৪৪ টা অধ্যাপক, সহকাৰী অধ্যাপকৰ পদৰ বাবে সাক্ষাৎকাৰ হব কলকাতাত
GFX কাৰ চক্ৰান্তত অসমত পতা নহ'ল এই সাক্ষাৎকাৰ ?

BITE অদীপ কুমাৰ ফুকনBody:VO এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এইখন বিশ্ববিদ্যালয়ত সক্ৰিয় হৈ থকা উক্ত চক্ৰটোৱে কেইবাবাৰো গ্ৰহণ কৰিছিল অসমবিৰোধী স্থিতি।

GFX শিলচৰ বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰবেশত ফটোৱা জাৰি কৰিছিল কোনে ?
GFX কলকাতাৰ পৰিবৰ্তে অসমত কিয় পতা নহয় ৪৪ টা পদৰ সাক্ষাৎকাৰ ?Conclusion:VO অসম চুক্তিৰ আধাৰত স্থাপিত এইখন বিশ্ববিদ্যালয়ত চলি থকা অসম বিৰোধী চক্ৰৰ এনে দৌৰাত্ম দেখিও মুখ্যমন্ত্ৰী নীৰৱ কিয় সেয়াহে এতিয়া ৰহস্যজনক বিষয় ৰূপে পৰিগনিত হৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.