ETV Bharat / city

কৰ'ণা যোদ্ধাৰ উৎসাহৰ বাবে গীত মুকলি অসম আৰক্ষীৰ - Assam police

কৰ'ণা যোদ্ধাসকলক উৎসাহ যগোৱাৰ উদ্দেশ্যে অসম আৰক্ষীৰ বিশেষ গীত মুকলি । বুধবাৰে সামাজিক মাধ্যমত মুকলি কৰা হয় সজাগতামূলক গীতটি ।

Assam police tribute song on Corona fighters
কৰ'ণা যোদ্ধাৰ উৎসাহৰ বাবে গীত মুকলি অসম আৰক্ষীৰ
author img

By

Published : May 20, 2020, 8:36 PM IST

গুৱাহাটী,20 মেঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অহৰ্নিশে যুঁজ আগবঢ়াই আছে অসম আৰক্ষীয়ে । এই কৰ'ণা যোদ্ধাসকলক উৎসাহ যগোৱাৰ উদ্দেশ্যে অসম আৰক্ষীৰ বিশেষ গীত মুকলি । বুধবাৰে সামাজিক মাধ্যমত মুকলি কৰা হয় সজাগতামূলক গীতটি ।

অসম আৰক্ষীৰ গীত মুকলি

গীতটিৰ কথা, সুৰ, পৰিচালনা ইবছন লাল বৰুৱা আৰু গীতটিত কণ্ঠদান কৰিছে অভিশ্ৰুতি বেজবৰুৱাই । গীতটোৰে কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়া সেনানীসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে ।

লগতে পঢ়ক- গুৱাহাটীত পুনৰ ব্যৱহৃত পিপিই কিটক লৈ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.