গুৱাহাটী, 31 আগষ্টঃ এন আৰ চিৰ তালিকা প্ৰকাশৰ পিছত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় ইয়াৰ বাবে এন আৰ চিৰ মুখ্য কাৰ্যালয়ত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ বিভিন্ন সেৱা কেন্দ্ৰ সমূহত প্ৰকাশ কৰা হ'ব এই তালিকাসমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ৭৮ টাকৈ সেৱা কেন্দ্ৰত উপলব্ধ হ'ব এই চূডা়ন্ত তালিকাখন।
এন আৰ চিৰ মুখ্য কাৰ্যালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - কটকটীয়া নিৰাপত্তা ব্যৱস্থা
প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা ৷ এন আৰ চিৰ মুখ্য কাৰ্যালয়ত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷
এন আৰ চিৰ মুখ্য কাৰ্যালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
গুৱাহাটী, 31 আগষ্টঃ এন আৰ চিৰ তালিকা প্ৰকাশৰ পিছত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় ইয়াৰ বাবে এন আৰ চিৰ মুখ্য কাৰ্যালয়ত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ বিভিন্ন সেৱা কেন্দ্ৰ সমূহত প্ৰকাশ কৰা হ'ব এই তালিকাসমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ৭৮ টাকৈ সেৱা কেন্দ্ৰত উপলব্ধ হ'ব এই চূডা়ন্ত তালিকাখন।
Intro:এন আৰ চি মুখ্য কাৰ্যালয়ত নিতাপত্তা ব্যৱস্থা
Body:এন আৰ চি মুখ্য কাৰ্যালয়ত নিতাপত্তা ব্যৱস্থা
Conclusion:এন আৰ চি মুখ্য কাৰ্যালয়ত নিতাপত্তা ব্যৱস্থা