ETV Bharat / city

ক্ৰমাৎ জটিল অসমৰ বান পৰিস্থিতি, 5 জনৰ মৃত্য়ু

ক্ৰমাৎ জটিল হৈছে অসমৰ বান পৰিস্থিতি, ইতিমধ্যে 5 জন লোকৰ মৃত্যু হৈছে ৷ ইতিমধ্যে বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা 190 টা আশ্ৰয় শিবিৰত 21807 জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷

ETV BHARAT
ক্ৰমাৎ জটিল অসমৰ বান পৰিস্থিতি, 5 জন মৃত
author img

By

Published : May 29, 2020, 7:42 PM IST

নিউজ ডেস্ক, 29 মেঃ সমগ্ৰ ৰাজ্যতে এতিয়া ভয়ংকৰ বান পৰিস্থিতি ৷ বানত ৰাজ্যখনৰ 7 খন জিলাৰ প্ৰায় 350 খন গাঁও জলমগ্ন হৈ আছে ৷ যোৱা 24 ঘন্টাত দুজন লোকৰ বানপানীত মৃত্যু হোৱা পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা হয় 5 জনলৈ বৃদ্ধি পায় ৷

প্ৰায় 4 লাখ লোক বানপানীত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে বুলি অসম দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিয়ে ৷

ASSAM FLOOD
ক্ৰমাৎ জটিল অসমৰ বান পৰিস্থিতি, 5 জন মৃত

ইতিমধ্যে বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা 190 টা আশ্ৰয় শিবিৰত 21807 জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক- অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.