ETV Bharat / city

ৰাজ্যত পুনৰ 735গৰাকীৰ দেহত ধৰা পৰিল কোভিড-19 - assam

ৰাজ্যত পুনৰ 735গৰাকী আক্ৰান্ত হয় কোভিড-19ত ৷ ইয়াৰে,400গৰাকীয়ে গুৱাহাটী মহানগৰীৰ বুলি আক্ৰান্ত হৈ আছে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰে ৷

assam_covid_new-casess
ৰাজ্যত পুনৰ 735গৰাকী দেহত ধৰা পৰিল কোভিড-19
author img

By

Published : Jul 13, 2020, 7:03 AM IST

Updated : Jul 13, 2020, 7:27 AM IST

নিউজ ডেস্ক,13জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ দেওবাৰৰ দিনটোত ৰাজ্যৰ 735গৰাকী লোক আক্ৰান্ত হয় কোভিড-19ত ৷ আক্ৰান্ত ৰোগীসকলৰ 400 গৰাকীয়েই গুৱাহাটী মহানগৰীৰ বুলি টুইটযোগে উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

অন্য এক খবৰৰ বাবে:বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পণ

বৰ্তমান ৰাজ্যত কোভিড-19ত 16,806গৰাকী আক্ৰান্ত হৈ থকাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা 5,873 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, মৃতকৰ সংখ্যা বৃদ্ধি হৈছে 36গৰাকীলৈ ৷

Last Updated : Jul 13, 2020, 7:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.