ETV Bharat / city

ৰাজ্যত 42904 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা - স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে পুনৰ 1178 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷

ASSAM COVID 19 UPDATE :  SUNDAY 1178 NEW COVID CASES IN THE STATE

author img

By

Published : Aug 3, 2020, 1:22 AM IST

নিউজ ডেস্ক, 3 আগষ্ট : ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আছে ক’ভিড-19 ৰ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ দেওবাৰৰ দিনটোত পুনৰ নতুনকৈ মুঠ 1178 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 268 গৰাকী হৈছে কামৰূপ মেট্ৰ’ৰ ৷

  • 📌Alert ~ 1178 new #COVID19 cases detected out of 19943 tests conducted in last 24 hrs.

    We have been able to maintain a low positivity rate consistently (today- 5.91%)

    Kamrup (M): 268

    ↗️Total cases 42904
    ↗️Recovered 31442
    ↗️Active cases 11354
    ↗️Deaths 105

    9:15 PM, Aug 02 pic.twitter.com/yvTegjnkAK

    — Himanta Biswa Sarma (@himantabiswa) August 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 19943 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছে ৷ য’ত 1178 গৰাকী ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

  • 📌 Discharge Alert

    9⃣4⃣2⃣ more patients have recovered & returned to their families today. Many of them would be with their sisters & brothers to celebrate #RakshaBandhan on Monday.

    😊Total Discharged Patients: 32384
    😑Active Patients: 10412

    9:20 PM/Aug 02#AssamCovidCount pic.twitter.com/JdLqr2TNRc

ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 42904 গৰাকী ৷ আনহাতে দেওবাৰৰ দিনটোত 942 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 32384 গৰাকী ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 10412 টা ঘটনা ৷ ইপিনে দিনটোত নতুনকৈ 4 গৰাকী লোকৰ মৃত্যু হোৱাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 105

লগতে চাওক-শিলচৰত উত্তেজনাময় পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.