ETV Bharat / city

ৰাজ্যত 40 হাজাৰলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা - 000 mark

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ দিনটোত পুনৰ মুঠ 1862 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰ লগে-লগে ৰাজ্যত আক্ৰান্তৰ সংখ্যা 40 হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 98 গৰাকী ৷

Assam Covid-19 update : State crosses 40,000 mark, death tally rises to 98

author img

By

Published : Aug 1, 2020, 4:20 AM IST

Updated : Aug 1, 2020, 1:18 PM IST

নিউজ ডেস্ক, 1 আগষ্ট : ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 ৰ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত পুনৰ নতুনকৈ 1862 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা 40 হাজাৰলৈ অতিক্ৰম কৰিছে ৷

  • 📌Alert ~ 1862 #COVID cases detected out of 38324 tests in 24 hrs. Positivity rate- 4.85%

    Kamrup (M): 281 Kamrup (R): 202, Cachar: 140, Sonitpur: 129, D'garh: 117, Nagaon: 114, Jorhat: 105

    ↗️Total cases 40269
    ↗️Recovered 29080
    ↗️Active cases 11088
    ↗️Deaths 98

    10:55 PM, July 31 pic.twitter.com/5vWxHPQz2y

    — Himanta Biswa Sarma (@himantabiswa) July 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 38324 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছে ৷ ইয়াৰে 1862 গৰাকী ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

  • 📌 Discharge Alert

    1⃣2⃣7⃣7⃣ patients have been discharged today.

    S0 gratifying to see so many patients recovering & returning to their families! Wonderful work by doctors indeed 👏

    😊Total Discharged Patients: 30357
    😑Active Patients: 9811

    11:10 PM/July 31#AssamCovidCount pic.twitter.com/97ixtGCmBm

বৰ্তমানে আক্ৰান্তৰ সংখ্যা হৈছে 40269 গৰাকী ৷ আনহাতে শুকুৰবাৰে দিনটোত 1277 গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 30357 গৰাকীকৈ লোকে ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 9811 টা ঘটনা ৷ ইপিনে দিনটোত চাৰিজন লোকৰ মৃত্যু হোৱাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 98 গৰাকী

লগতে চাওক-অসম চৰকাৰলৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান

Last Updated : Aug 1, 2020, 1:18 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.