ETV Bharat / city

COVID-১৯ : ৰাজ্যত 34947 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ মঙলবাৰৰ দিনটোত পুনৰ মুঠ 1371 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে কামৰূপ গ্ৰাম্যৰ 221 গৰাকী লোকৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 295 গৰাকী ৷

author img

By

Published : Jul 29, 2020, 4:24 AM IST

Assam covid 19 update : 1371 new covid cases in State

নিউজ ডেস্ক, 29 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আহিছে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1371 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷ ইয়াৰে কামৰূপ গ্ৰাম্যৰ 221 গৰাকী লোক থকাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 295 গৰাকী ৷

  • 📌Alert ~ 1371 new #COVID cases detected in Assam out of 22876 tests done in last 24 hrs. Positivity rate continues to be low at 5.9%.

    Max~ Kamrup (M) - 295, Kamrup (R)- 221

    ↗️Total cases 34947
    ↗️Recovered 25402
    ↗️Active cases 9454
    ↗️Deaths 88

    10 PM, July 28#AssamCovidCount pic.twitter.com/CppE2CetB3

    — Himanta Biswa Sarma (@himantabiswa) July 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 22876 গৰাকী নাগৰিকক ক’ভিড টেষ্ট কৰা হৈছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে ৷

বৰ্তমান ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা হৈছে 34947 গৰাকী ৷ অৱশ্যে মঙলবাৰৰ দিনটোত 1216 গৰাকীকৈ আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 26618 গৰাকী লোকে ৷

  • 📌 Discharge Alert

    1⃣2⃣1⃣6⃣ patients have been discharged today.

    Yet another day, we have more than 1000 recovered patients.We shall overcome

    😊Total Discharged Patients: 26618
    😑Active Patients: 8238
    Recovery Rate 76.2%
    10:30 PM/July 28#AssamCovidCount pic.twitter.com/9KZ4izCm8k

ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 8238 টা ঘটনা ৷ আনহাতে, বৰ্তমানলৈকে 88 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷ ৰাজ্যত বৰ্তমানলৈকে আৰোগ্য লাভৰ শতকৰা হাৰ হৈছে 76.2 শতাংশ ৷

লগতে চাওক-ক'ভিড-19 য়ে কিদৰে ৰোগীৰ ঘ্ৰাণ ক্ষমতা কমাই দিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.