ETV Bharat / city

ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 36295 লৈ বৃদ্ধি

author img

By

Published : Jul 30, 2020, 2:54 AM IST

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ বুধবাৰৰ দিনটোত পুনৰ মুঠ 1348 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 127 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 348 গৰাকীকৈ লোক ৷

Assam covid 19 update : 1348 new covid cases in State

নিউজ ডেস্ক, 30 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ নতুনকৈ 1348 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 127 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 348 গৰাকীকৈ লোক ৷

  • 📌Alert ~ 1348 new #COVID cases detected in Assam out of 18941 tests done in last 24 hrs. The positivity rate is at a low of 7.11%

    Kamrup (M) - 348, Kamrup (R)- 127

    ↗️Total cases 36295
    ↗️Recovered 26618
    ↗️Active cases 9582
    ↗️Deaths 92

    10:20 PM, July 29#AssamCovidCount pic.twitter.com/XcUb70W374

    — Himanta Biswa Sarma (@himantabiswa) July 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 18941 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হৈছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে এই তথ্য ৷

বৰ্তমানে ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 36295 গৰাকী ৷ অৱশ্যে বুধবাৰৰ দিনটোত 1214 গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 27832 গৰাকীকৈ লোকে ৷

  • 📌 Discharge Alert

    1⃣2⃣1⃣4⃣ patients have been discharged today.

    Happy to share that our recovery rate is 76.77%~ purely a result of dedication & selfless service of our doctors 🙌

    😊Total Discharged Patients: 27832
    😑Active Patients: 8368

    10:50 PM/July 29#AssamCovidCount pic.twitter.com/tXAI6toDX8

ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 8368 টা ঘটনা ৷ ইপিনে বৰ্তমানলৈকে মৃত্যু হৈছে 92 গৰাকী লোকৰ ৷ বৰ্তমানে অসমৰ আৰোগ্য লাভৰ শতকৰা হাৰ হৈছে 76.77 শতাংশ ৷

লগতে চাওক-NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.