নিউজ ডেস্ক, 4 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ নিশা পুনৰ ৰাজ্যত 365 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰী কৰিছে এই তথ্য ৷
-
📌Alert ~ 365 new #COVID19+ cases detected today
— Himanta Biswa Sarma (@himantabiswa) July 3, 2020 " class="align-text-top noRightClick twitterSection" data="
Out of total cases today, 134 were reported from Guwahati City. Take proper precautions & care to stay safe
↗️Total cases 9799
↗️Recovered 6327
↗️Active cases 3455
↗️Deaths 14
11:45 PM/July 03/ Day's total 365#AssamCovidCount pic.twitter.com/UI3uKvWj3I
">📌Alert ~ 365 new #COVID19+ cases detected today
— Himanta Biswa Sarma (@himantabiswa) July 3, 2020
Out of total cases today, 134 were reported from Guwahati City. Take proper precautions & care to stay safe
↗️Total cases 9799
↗️Recovered 6327
↗️Active cases 3455
↗️Deaths 14
11:45 PM/July 03/ Day's total 365#AssamCovidCount pic.twitter.com/UI3uKvWj3I📌Alert ~ 365 new #COVID19+ cases detected today
— Himanta Biswa Sarma (@himantabiswa) July 3, 2020
Out of total cases today, 134 were reported from Guwahati City. Take proper precautions & care to stay safe
↗️Total cases 9799
↗️Recovered 6327
↗️Active cases 3455
↗️Deaths 14
11:45 PM/July 03/ Day's total 365#AssamCovidCount pic.twitter.com/UI3uKvWj3I
নতুনকৈ আক্ৰান্ত হোৱা 365 গৰাকী ৰোগীৰ ভিতৰত 134 টা ঘটনা হৈছে গুৱাহাটী মহানগৰীৰ ৷ ইয়াৰ লগে-লগে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 9799 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6327 গৰাকীকৈ লোক ৷
কৰ’ণাত আক্ৰান্তত বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3455 টা ঘটনা ৷ 3 জুলাইত ৰাজ্যখনত মুঠ 365 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷