ETV Bharat / city

ইলু দাস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

দেওবাৰে মূল অভিযুক্ত ছাইফুল আলীক গ্ৰেপ্তাৰ কৰে গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে ৷ গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে  ছাইফুলক । 13 এপ্ৰিল তাৰিখে সন্ধিয়া উৰণীয়া সেতু ৰে'ল লাইনৰ কাষত ইলু দাসক হত্যা কৰিছিল  ছাইফুল আলী ওৰফে চেম্পিয়ন বাবুয়ে ৷

author img

By

Published : Apr 15, 2019, 8:28 PM IST

Updated : Apr 16, 2019, 1:50 PM IST

ইলু দাস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী, 15 এপ্ৰিল : ইলু দাসৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ছাইফুল আলীক গ্ৰেপ্তাৰ । গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাইফুলক । 13 এপ্ৰিল তাৰিখে সন্ধিয়া উৰণীয়া সেতু ৰে'ল লাইনৰ কাষত ইলু দাসক হত্যা কৰিছিল ছাইফুল আলী ওৰফে চেম্পিয়ন বাবুয়ে ৷

ইলু দাস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

আনহাতে উক্ত ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল সমিৰ আলী নামৰ এগৰাকী লোক ৷ ড্ৰাগছ সেৱন কৰাৰ পাচত প্ৰথমতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাচতেই ছাইফুল আলিয়ে হত্যা কৰিছিল ইলু দাসক ৷ ইয়াৰ পাচতেই সোমবাৰে ৰে'ল আৰক্ষীয়ে লতাশিল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছাইফুল আলীক ৷

Intro: ইলু দাসৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ছাইফুল আলি গ্ৰেপ্তাৰ।

Body: ইলু দাসৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ছাইফুল আলি গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী ৰেলৱে আৰক্ষীয়ে। ১৩ এপ্ৰিলৰ সন্ধিয়া ইলু দাসক হত্যা কৰিছিল
ছাইফুল আলি ওৰফে চেম্পিয়ন বাবুয়ে। ড্ৰাগছ সেৱন কৰাৰ পাছত প্ৰথমতে কাজিয়াৰ সূত্ৰপাত লিপ্ত হৈছিল তাৰ পাছতেই ছাইফুল আলিয়ে হত্যা কৰিছিল ইলু দাসক। আনহাতে এই ঘটনাত সমিৰ আলি আঘাত পপ্ৰাপ্ত হৈছিল। এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল গুৱাহাটী ক্লাৱ উৰাণীয় সেতু ৰেল লাইনৰ কোষত। ছাইফুল আলিক ৰেল আৰক্ষীয়ে লতাশিল অঞ্চলৰ পৰা আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Apr 16, 2019, 1:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.