ETV Bharat / city

এনী হাজৰিকাৰ "স্বপ্নপুৰী মুম্বাই" শীৰ্ষক গ্ৰন্থ মুকলি - এনী হাজৰিকাৰ স্বপ্নপুৰী মুম্বাই গ্ৰন্থ উন্মোচন

২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত বুধবাৰে কেবাখনো গ্ৰন্থ মুকলি কৰা হয় ৷ ইয়াৰ ভিতৰত অন্যতম আছিল এনী হাজৰিকাৰ স্বপ্নপুৰী মুম্বাইৰ লগতে গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম ৷

এনী হাজৰিকাৰ "স্বপ্নপুৰী মুম্বাই" শীৰ্ষক গ্ৰন্থ মুকলি
author img

By

Published : Nov 7, 2019, 5:00 AM IST

Updated : Nov 7, 2019, 11:24 AM IST

গুৱাহাটী, 6 নৱেম্বৰঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ বুধবাৰে অন্ত পৰে ৷ গ্ৰন্থমেলাৰ সামৰণিৰ দিনটোত বহুকেইখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ ভিতৰত এনী হাজৰিকাৰ স্বপ্নপুৰীৰ মুম্বাই আৰু গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম নামৰ গ্ৰন্থ দুখন অন্যতম ৷

এনী হাজৰিকাৰ "স্বপ্নপুৰী মুম্বাই" শীৰ্ষক গ্ৰন্থ মুকলি

লগতে পঢ়কঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ 12B status বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ

বিশিষ্টা লেখিকা এনী হাজৰিকাই মুম্বাইৰ সাধাৰণ লোকসকলৰ জীৱনধাৰাক লৈ ৰচনা কৰিছে "স্বপ্নপুৰী মুম্বাই" নামৰ গ্ৰন্থখন ৷ গ্ৰন্থখনত পাঠকে মুম্বাইৰ সাধাৰণ জনতাৰ সংঘৰ্ষৰ লগতে জীৱনৰ এক চমু আভাষ পাবলৈ সক্ষম হ'ব ৷ মুম্বাই বুলি ক'লেই যে,কেৱল বলীউদ এনেকুৱা নহয়,মুম্বাইৰ দৰে অঞ্চলত এচাম মানুহে কিদৰে কষ্টকৰ জীৱন যাপন কৰে গ্ৰন্থখনত তাৰ এক আভাষ দিবলৈ চেষ্টা কৰিছে লেখকে ৷

আনহাতে গ্ৰন্থমেলাৰ মুখ্যমঞ্চত আনখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম নামৰ গ্ৰন্থখনৰ উন্মোচন কাৰ্যসূচীত উপস্থিত থাকে ডঃ লক্ষ্মী নন্দন বৰা, ডঃ দয়ানন্দ পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

Intro:অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত বুধবাৰে কেবাখনো গ্ৰন্থ মুকলি কৰা হয় । এ নী হাজৰিকাৰ স্বপ্নপুৰী মুম্বাই গ্ৰন্থখনিও মুকলি কৰা হয় আক বাক প্ৰকাশনৰ বিপনিত । মায়া নগৰী মুম্বাইত কিদৰে সাধাৰণ লোক সকলে বসবাস কৰে । মুম্বাইৰ ধুবী ঘাট বস্তি অঞ্চলৰ জীৱন কেনেকুৱা । এই সকলো বিষয় সামৰি এ নী হাজৰিকাই প্ৰকাশ কৰে স্বপ্নপুৰী মুম্বাই গ্ৰন্থখনি । Body:আনহাতে গ্ৰন্থ মেলাৰ মুখ্য মঞ্চত গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম নামৰ গ্ৰন্থ খনিও মুকলি কৰা হয় । গ্ৰন্থ খনি মুকলি অনুষ্ঠানত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মী নন্দন বৰা বিশিষ্ট শিক্ষা বিদ দয়া নন্দ পাঠক আৰু কেবাগৰাকী বিশিষ্ট লেখক সাহিত্যক উপস্থিত থাকে । Conclusion:আনহাতে গ্ৰন্থ মেলাৰ মুখ্য মঞ্চত গৌতম ব্ৰাহ্মণৰ গ্ৰন্থম নামৰ গ্ৰন্থ খনিও মুকলি কৰা হয় । গ্ৰন্থ খনি মুকলি অনুষ্ঠানত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মী নন্দন বৰা বিশিষ্ট শিক্ষা বিদ দয়া নন্দ পাঠক আৰু কেবাগৰাকী বিশিষ্ট লেখক সাহিত্যক উপস্থিত থাকে ।
Last Updated : Nov 7, 2019, 11:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.