ETV Bharat / city

দিপাৱলীৰ প্ৰাকমূহুৰ্তত কামৰূপ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ সংবাদমেল

জিলা প্ৰশাসনে নিৰ্ধাৰিত কৰা স্থানসমূহতহে ফটকা বিক্ৰী কৰিব পাৰিব। জিলা প্ৰশাসনে চাৰিটাকৈ টাস্ক ফৰ্চ গঠন কৰিছে। এই দলকেইটাই ফটকা বিক্ৰী কৰা আৰু ফুটুৱা সন্দৰ্ভত তীক্ষ্ন নজৰ ৰাখিব।

কামৰূপ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ সংবাদমেল
author img

By

Published : Oct 25, 2019, 8:29 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ: দিপাৱলীৰ প্ৰাকমূহুৰ্তত মহানগৰ উপায়ুক্তৰ সংবাদমেল ৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে শুকুৰবাৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা ক্ষেত্ৰত কয় যে,

''দীপাৱলী হ'ল পোহৰৰ উৎসৱ। জিলাখনৰ বাসিন্দাসকলে আতচবাজিৰ পৰা দূৰত থাকিব লাগে। উচ্চতম ন্যায়ালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশ অনুসৰি দীপাৱলীত ৰাইজে নিশা ৮-১০ বজালৈ ফটকা ফুটাব পাৰিব যদিও উচ্চস্বৰৰ ফটকা ফুটাব নোৱাৰিব। তাৰোপৰি জিলা প্ৰশাসনে নিৰ্ধাৰিত কৰা স্থানসমূহতহে ফটকা বিক্ৰী কৰিব পাৰিব। জিলা প্ৰশাসনে চাৰিটাকৈ টাস্ক ফৰ্চ গঠন কৰিছে। এই দলকেইটাই ফটকা বিক্ৰী কৰা আৰু ফুটুৱা সন্দৰ্ভত তীক্ষ্ন নজৰ ৰাখিব। লগতে চাইনীজ ফটকা বিক্ৰী কৰাৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ইফালে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু‌ৱে কয় যে পশু-পক্ষীসকলৰ বাবেও যাতে হানিকাৰক নহয়। জি এছ ৰোডৰ একাংশ ঠাইত বহু ঘন চিৰিকা আছে। সেই পক্ষীসকলৰ যাতে একো অনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোৱে পৰিৱেশ বিনষ্ট নোহোৱাকৈ দীপাৱলী উপভোগ কৰে। ''

আনহাতে আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে,

''আঠজনীয়া এ চি পিৰ নেতৃত্বত ফ্লায়িং স্কোৱাদ টীম গঠন কৰা হৈছে। এই দলটোৱে দীপাৱলীত মহানগৰীৰ বিভিন্ন ঠাইত তীক্ষ্ন দৃষ্টি ৰাখিব। হাস্পাতাল, ৰিফানেৰী আদি স্থানত ফটকা ফুটালে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। নিশা ১০ বজাৰ পিছত ফটকা ফুটোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হব। নিয়মভংগকাৰী সকলৰ বিৰুদ্ধে যদিও আৰক্ষী বিষয়াসকলে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে সেইসকল আৰক্ষী বিষয়াৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।''

Intro:দীপাৱলীত ফটকা ফুটুৱাত কেইবাটাও কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

Body:গুৱাহাটী, ২৫ অক্টোবৰ: কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে শুকুৰবাৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত কয় যে দীপাৱলী হ'ল পোহৰৰ উৎসৱ। জিলাখনৰ বাসিন্দাসকলে আতচবাজিৰ পৰা দূৰত থাকিব লাগে। উচ্চতম ন্যায়ালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশ অনুসৰি দীপাৱলীত ৰাইজে নিশা ৮-১০ বজালৈ ফটকা ফুটাব পাৰিব যদিও উচ্চস্বৰৰ ফটকা ফুটাব নোৱাৰিব। তাৰোপৰি জিলা প্ৰশাসনে নিৰ্ধাৰিত কৰা স্থানসমূহতহে ফটকা বিক্ৰী কৰিব পাৰিব। জিলা প্ৰশাসনে চাৰিটাকৈ টাস্ক ফৰ্চ গঠন কৰিছে। এই দলকেইটাই ফটকা বিক্ৰী কৰা আৰু ফুটুৱা সন্দৰ্ভত তীক্ষ্ণ নজৰ ৰাখিব। লগতে চাইনীজ ফটকা বিক্ৰী কৰাৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ইফালে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু‌ৱে কয় যে পশু পক্ষীসকলৰ বাবেও যাতে হানিকাৰক নহয়। জি এছ ৰোডৰ একাংশ ঠাইত বহু ঘন চিৰিকা আছে। সেই পক্ষীসকলৰ যাতে একো অনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোৱে পৰিৱেশ বিনষ্ট নোহোৱাকৈ দীপাৱলী উপভোগ কৰে।

আনহাতে আৰক্ষী আয়ুক্ত দীপক কুমাৰে দীপাৱলীক লৈ কয় যে আঠজনীয়া এ চি পিৰ নেতৃত্বত ফ্লায়িং স্কোৱাদ টীম গঠন কৰা হৈছে। এই দলটোৱে দীপাৱলীত মহানগৰীৰ বিভিন্ন ঠাইত তীক্ষ্ণ দৃষ্টি ৰাখিব।

হাস্পাতাল, ৰিফানেৰী আদি স্থানত ফটকা ফুটালে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। নিশা ১০ বজাৰ পিছত ফটকা ফুটুৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হব। নিয়মভংগকাৰী সকলৰ বিৰুদ্ধে যদিও আৰক্ষী বিষয়াসকলে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে সেইসকল আৰক্ষী বিষয়াৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Bite উপায়ুক্ত বিশ্বজিৎ পেগু
আৰক্ষী আয়ুক্ত

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.