ETV Bharat / city

সুষমা স্বৰাজৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেশ

author img

By

Published : Aug 7, 2019, 8:00 PM IST

সুষমা স্বৰাজৰ মৃত্যু এক অপূৰণীয় ক্ষতি হ'ল ভাৰতীয় জনতা পাৰ্টিৰ। আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা বলিষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী সুষমা স্বৰাজৰ নশ্বৰ দেহত পুষ্প অৰ্পণ কৰি অন্তিম বিদায় জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সুষমা স্বৰাজৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেশ

গুৱাহাটী, 7 আগষ্টঃ প্ৰাক্তন বৈদেশীক মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেশ ৷ তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি সকলোৱে গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ সুষমা স্বৰাজৰ মৃত্যু এক অপূৰণীয় ক্ষতি হ'ল ভাৰতীয় জনতা পাৰ্টিৰ। আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা বলিষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী সুষমা স্বৰাজৰ নশ্বৰ দেহত পুষ্প অৰ্পণ কৰি অন্তিম বিদায় জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নতুন দিল্লীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অন্তিম সংস্কাৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱাল। মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও প্ৰয়াত মন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা অৰ্পণ কৰে।

হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বুধবাৰে এক শোকসভা অনুষ্ঠিত হয়।নেত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি ৰঞ্জিত কুমাৰ দাস,মন্ত্ৰী ৰঞ্জিত দত্ত,বিধায়ক অতুল বৰা,বিজয়া চক্ৰৱৰ্তী লগতে ৰাজ্যিক বিজেপিৰ নেতা কৰ্মী সকলে।নেত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ৰাজ্যিক পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈ চলি থকা সকলো ধৰণৰ সদস্যভৰ্তি অভিযান আৰু যোগদান কাৰ্যসূচী বাতিলৰো নিৰ্দেশ দিয়ে। লগতে শোক দিৱস পালন কৰিবলৈও দলীয় কাৰ্যকৰ্তা সকলক আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। এই মৃত্যুত শোক প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাইও। দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ নিজেশ্বৰী মন্দিৰত এক ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী পীযুষ হাজৰিকাই সুষমা স্বৰাজৰ মৃত্যু দলটোৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে।

Intro:প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত শোক প্ৰকাশ পিষুজ হাজৰিকাৰ ।Body:Ocvo..যোৱানিশা প্ৰাক্তন বৈদেশীক মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যু হয় । এই মৃত্যুত সমগ্ৰ দেশ শোকত বুৰ গৈছে । বিজেপিৰ অভিভাৱক স্বৰূপ সুষমা স্বৰাজে ৭ বাৰকৈ সাংসদ আৰু ৩ বাৰ বিধায়িকাৰূপে নিৰ্বাচিত হৈছিল । তেখেতৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টিৰ এক অপুৰণীয় ক্ষতি হ'ল । এই মৃত্যুত শোক প্ৰকাশ কৰিছে মন্ত্ৰী পিষুজ হাজৰিকাইও । Conclusion:আজি দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ নিজেশ্বৰী মন্দিৰত এক ব্যক্তিগত অনুস্থাত অংশগ্ৰহন কৰিবলৈ আহি শোক প্ৰকাশ কৰি মন্ত্ৰী পিষুজ হাজৰিকাই সুষমা স্বৰাজৰ মৃত্যু দলটোৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.