গুৱাহাটী, 7 জানুৱাৰী : গুৱাহাটী আৰক্ষীৰ জালত 7 টাকৈ গভাইত চোৰ ৷ গ্ৰেপ্তাৰ হোৱা চোৰকেইটা ক্ৰমে শ্বাহিদুল আলি (33), নাদিৰ আলি (31), ইছমাইল আলি (32), ৰাজীৱ আলি (30), জাহেদুল ইছলাম (32), ৰাহুল বৰ্মন (32), নজৰুল শ্বেইখ (30) ৷
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_1.jpg)
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_3.jpg)
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_4.jpg)
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_6.jpg)
গড়চুক আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডাবিধিৰ 722/2020 U/S-379 আৰু 703/2020 U/S-379 গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় চোৰকেইটাক ৷ গ্ৰেপ্তাৰ কৰাৰ পাচতে কামৰুপ মেট্ৰ' মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি চোৰকেইটাক 4 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হয় ৷
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_2.jpg)
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_5.jpg)
![গ্ৰেপ্তাৰ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10154510_7.jpg)
লগতে পঢ়ক : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০